sdblogs2011

sdblogs2011

হেৰোৱা আঙুঠি

প্ৰশান্ত মিশ্ৰ   গভীৰ এন্ধাৰে আবৰি ধৰা চাহ গছজোপাৰ তলতেই হীৰাৰ দৰে জিলিকি‌ আছিল তাইৰ হেৰোৱা আঙুঠিটো   আঙুঠিটো আগুৰি আছিল এটা ক’লা ৰঙৰ সাপে   সিদিনা ৰাতি তাইৰ প্ৰেমিকৰ তেজহাগনি হৈ মৃত্যু হৈছিল   তাইৰ দৃঢ় বিশ্বাস আঙুঠিটো হেৰুৱাই…

অনুবাদৰ ৰসায়ন : সাংস্কৃতিক বিনিময় আৰু ৰূপান্তৰ ইত্যাদি

 পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ   অনুবাদ সাহিত্যৰ প্ৰসংগ আহিলেই মই মোৰ বিশ্ববিদ্যালয় জীৱনৰ এগৰাকী শিক্ষাগুৰুৰ নাম ল’বই লাগিব৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত হৈ থাকোঁতে ড° কবীন ফুকন ছাৰৰ সৈতে অনুবাদ সাহিত্যৰ বিষয়ে কেইবাদিনো কথা পতা হৈছিল৷ ছাৰে এনে এটা আলোচনাত এদিন ‘Cultural transfer…

বাঁহ ফুলাৰ কথাৰে

 অমৃত গোস্বামী   অলপতে মোৰ  দাদা এজনে  বন্ধু জনদিয়েকৰ সৈতে মিলি আইজাল‌-মিজোৰাম ফুৰি আহিল৷ মিজোৰামৰ পৰা আহি দাদাই মোক ক’লে “মিজোৰাম বিশেষকৈ আইজলখন বৰ সুন্দৰ৷ মিজোসকল এটা শিক্ষিত, ভদ্ৰ আৰু অমায়িক জাতি৷ তেওঁলোকে  পৰিষ্কাৰ-পৰিচ্ছন্নকৈ থাকি বৰ ভাল পায়৷ বাট-পথবিলাক বৰ…

ভাৰস্তকথা

মিণ্টুল হাজৰিকা কালঘুমটিৰ প্ৰসাধনখিনিৰে ছালৰ সৌন্দৰ্যক বিশ্ৰাম দি উশাহক ফুলদানী কৰি চ’ৰাঘৰ শুৱনি যি তপস্বিনী বিড়াল মোৰ ভাৰস্তৰ আলহী কৰি নমতা বাবেই কমণ্ডলুৰ পৰা সময় ছটিয়াই হাহাকাৰৰ হাটখনকে মোৰ ডিঙিৰ মাদলী কৰি দিলে দৰদামৰ দগা-পাল্লাত জোখে আৰু কান কাটে মোৰ…

ঊষা

 প্ৰয়াগ শইকীয়া   শেষ হল ৰাত্ৰি ঊষা হৈ আহিল উমা ছেত্ৰী আমাৰ ক্ৰিকেটে পালে ছন্দ ভূমিজ তনয়াৰ বিজয়েৰে আলোকিত হিয়াৰ ভূখণ্ড এই অনন্য আনন্দ যাত্ৰাৰ আমিও যেন আজি সহযাত্ৰী অভিনন্দন উমা ছেত্ৰী !

জুবিন

 মূলঃ সুবোধ সৰকাৰ অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি আছিলা গান, হ’লা ব্ৰহ্মপুত্ৰ নদী তুমি আছিলা মোৰ জুবিন, আজি তুমি সকলোৰে অসম৷ ৰাষ্ট্ৰীয় সংগীতৰ দৰে থিয় হৈ আছা৷ জুবিন, তোমাক কোনোৱে মাৰিব নোৱাৰিলে৷ তুমি অমৰত্ব নামৰ চোতাল এখনত বহি গাইছা…

এখন পানীৰ কম্বল

কবি : থমাছ বাৰ্ণহাৰ্ড (Thomas Bernhard , অষ্ট্ৰিয়া) অনুবাদ :  ড° ৰঞ্জিত দত্ত এখন  পানীৰ কম্বলত মই সী লৈছোঁ মোৰ দিনবোৰক, মোৰ ভগৱানক আৰু মোৰ অসুখবোৰক। এখন  সেউজীয়াৰ কম্বলত সী লৈছোঁ মই মোৰ ৰক্তিম বেদনাবোৰক, নীলাভ পুৱাবোৰক, মোৰ হালধীয়া গাঁওখন…

সময়ৰ কিয় মৃত্যু নহ’ল ?

 (প্ৰিয় শিল্পী জুবিন দা-লৈ) পাপু মজুমদাৰ   সময়ৰ কিয় মৃত্যু নহ’ল ?  সময় নিৰ্মম নিষ্ঠুৰ সময়ে কিয় কাঢ়ি নিলে তোমাক ?  আজি বিশ্ব স্তম্ভিত,  সংগীত বাকৰুদ্ধ আমি কিয় চিঞৰিছো তুমি নাই,  তুমি নাই বুলি….  এয়া যে আমাৰ বাবে অকল্পনীয়,  অবিশ্বাস্য….. …

ৰুটি

 বিনিময় দাস মানুহজনে সদায় নিজৰ ব্ৰে‍‍‍কফাষ্টৰ পৰা অলপ ৰুটি বেলকনিয়েদি ফুটপাথত পেলাই দিয়ে –   ৰাস্তা‍‍‍ৰ কুকুৰ আৰু চৰাইবোৰে খাবলৈ ৷ মানুহজনে খোৱাখিনি দি আৰু ৰৈ নাথাকে –   ব্যস্ত হৈ পৰে নিজৰ কামত যাবলৈ ৷ মই আজি সেইফালেই গৈছিলোঁ,…