ক’লৈ গ’ল
(পাৰিপার্শ্বিক কবিতা ) মানস প্রতিম দত্ত কোন ক’লৈ গ’ল মানুহৰ ভৰিৰ খোজত ৰৈ গ’ল পৃথিৱী পৃথিৱীৰ ভৰিৰ তলত মানুহৰ ছাঁ আছেনে ? চৰাইবোৰ ক’লৈ গ’ল? পুৱাৰ গান অথবা নিশাৰ আৱহ সংগীত স্মৃতিৰ ডেউকাত বতাহ ভেদি দোল খায়। …
(পাৰিপার্শ্বিক কবিতা ) মানস প্রতিম দত্ত কোন ক’লৈ গ’ল মানুহৰ ভৰিৰ খোজত ৰৈ গ’ল পৃথিৱী পৃথিৱীৰ ভৰিৰ তলত মানুহৰ ছাঁ আছেনে ? চৰাইবোৰ ক’লৈ গ’ল? পুৱাৰ গান অথবা নিশাৰ আৱহ সংগীত স্মৃতিৰ ডেউকাত বতাহ ভেদি দোল খায়। …
গীতিমণি হাতীমূৰীয়া কোনোবা দূৰণিত বাঁহী এটাই সুৰ বিলাইছে এই সন্ধিয়াত বাঁহীটোত কোনেবা আঙুলি বুলাইছে মই নাজানো ! বাঁহীটোৱে কান্দিছে নে বাঁহীৰ সুৰটোৱে মোৰ বুকুত খোপনি পুতিবলৈ আহিছে তাকো নাজানো বুকুৰ আঁচলখনো উৱলি গ’ল সুৰটোনো সামৰি থওঁ…
অনুবাদ : প্ৰশান্ত মিশ্ৰ [কবি পৰিচয় : এগৰাকী প্ৰখ্যাত ফৰাচী কবি (১৮৯৫-১৯৫২)আৰু ফ্ৰান্সৰ অধিবাস্তৱবাদী (Surrealism) আন্দোলনৰ অন্যতম পৃষ্ঠপোষক। দ্বিতীয় মহাযুদ্ধৰ সময়ত নাজীবাদ বিৰোধী কবিতাৰ যোগেদি সমগ্ৰ বিশ্বত খ্যাতি লাভ কৰে।] পাঁচটা হাইকু ইংৰাজী অনুবাদ: জন হেইজ অসমীয়া অনুবাদ: প্ৰশান্ত মিশ্ৰ …
ড॰ অসীম চুতীয়া আধুনিক সাহিত্যত কাহিনী বা নেৰেটিভ নিৰ্মাণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ এই নেৰেটিভ হৈছে মানৱ জীৱন, অভিজ্ঞতা, স্মৃতি আৰু চেতনাৰ এক জটিল বিন্যাস৷ ফৰাচী সাহিত্যতাত্ত্বিক ৰ’লা ৱাৰ্থে নেৰেটিভ নিৰ্মাণৰ প্ৰসংগ বিশ্লেষণ কৰোঁতে যি বিচিত্ৰতা আৰু বহুমুখিতাৰ প্ৰসংগ উল্লেখ…
লোকনাথ গোস্বামী মন দাপোণত-১৫ (১) টাউনৰ মাটিডোখৰত সৰুকৈ হ’লেও ঘৰ এটা সজাৰ কথাটোত ময়ো জোৰ দিলোঁ ৷ গাঁৱৰ পৰা সদাই বোকা-পানী…
ভাস্কৰ জে নাথ তোমাৰ ফটো এখন দেখিলো আজি সুৰ্যাস্তৰৰ পিনে তুমি প্ৰেমৰ ভংগীমা দেখুৱাইছা দুহাত মেলি মোৰ ল’ৰাহতে মেলনক চাবলৈ উদ্বাউল হৈ আছিল পোষ্ট উত্তৰ আধুনিকৰ দোহাই দি পোষ্ট কিনো কৰিলে একেই পুৰণি ইষ্টাইল তাতোকৈ মোৰ ককাই বৰ ইষ্টাইলত হোকা…
নীলোৎপল বৰুৱা বসু বৰুৱাই চক খাব লাগিছিল৷ নিয়ম মাফিক৷ নাখালে৷ অলপো নাখালে৷ সন্মুখৰ মিছিলটো অলপ হতাশ হ’ল৷ মিছিল মানে কি আৰু- দহ পোন্ধৰটা মানুহৰ জুম এটা৷ বিশৃংখল৷ বিসদৃশ৷ বেমানান৷ হাতত পৰশু কুঠাৰৰ নিশকতীয়া মডেল এটা লৈ মইনা আলি৷ লীডত আছে৷…
অংশুমান বৰা পুৰণা ঘৰটোৰ পানীপোতাৰে ঢপলিয়াই ফুৰোঁ কাষত পুৰণি সুহৃদ, নিঃসংগতা অলপ ছাঁ, অলপ পোহৰ; অলপ শেঁতা, আঁচোৰ খোৱা ছবি— চাই থাকোঁতেই বাঁহতলৰ পুখুৰীলৈ সৰসৰাই সোমায় পানী— ঢেঁকীৰ চাব খৰ হয়— জুইত খৰকৈ ফুটে আখৈ এলান্ধু লগা বাঁহৰ বেৰত ওলমি…
নিতুপৰ্ণ ৰাজবংশী
অৰ্চনা ঠাকুৰীয়া ছাইমদৰ ৰাগিত দুলি আছে সময় বেলকনিত জোনৰ জোনাকী আন্ধাৰ পথৰ ৰঙীন ৰাগিত তই অচিন বাটৰুৱা মিচিকি হাঁহিৰে যাৱগৈনো কেনি! দূৰৈৰ পৰাই শুনিছোঁ তোৰ সুহুৰি… জোন যদি শীতলতাৰ প্ৰতীক তেন্তে জোনৰ সৈতে চিনাকি মোৰ বহু…