পাচলি বেপাৰীৰ টেকেলি
পদ্মজা বৰুৱা মহন ‘সোণটো৷ সোণটো’ মাকৰ মাতত টোপনিৰ পৰা সাৰ পালে ফ্ৰাচেঙে৷ পৰীক্ষা শেষ হৈছে বুলি আজি দেৰিলৈকে শুব বুলি ভাবিছিল সি৷ মাকে তুলিয়ে দিলে৷ এঙামুৰি এটা দি সি সুধিলে- ‘কি হ’ল মা !’ ‘দেউতাক আজিও কামলৈ মাতিছে৷ নগ’লে নহ’বই…

গোৱিন কুমাৰ খাউণ্ড ৰাজপথত ভৰিৰ আঙুলি বিচাৰি খোজহীন মানুহৰ অলেখ শব্দ৷ সেই শব্দই আজি আৰু কাকো আমনি নকৰে৷ মচোৱা সাপৰ দৰে পৰি থকা পকী পথৰ ওপৰেদি অৱসাদগ্ৰস্ত মানুহবোৰ অহা-যোৱা কৰি আছে৷ দুই-এজন মানুহ গাড়ী-মটৰে খুন্দিয়াই থৈ যোৱা ভয় বুকুত লৈয়ে…
অনুভৱ তুলসী লুকুৱাই ৰখা তিলটো চাওঁ কথা দিছোঁ, খনাসোণা এক ইঞ্চি মাটিও নিনিওঁ তিলত চুমা খাওঁ ওঁঠৰ তপত চিঞাহী তিনি সী চাৰি সী বাওঁ অনাখৰী মাটিত তিলটো গজিছে সাৰ-পানী পাই তিলৰ গজালি দোপত দোপে বাঢ়িছে …
মূল: Robert Frost-অৰ Acquainted With The Night অনুবাদ : ড° ৰঞ্জিত দত্ত এটি নিশাৰ সতে চিনাকি হৈছিল মোৰ৷ এজাক বৰষুণৰ মাজতে ওলাই গৈছিলোঁ বাহিৰলৈ আৰু বৰষুণজাকৰ মাজতেই উভতিও আহিলোঁ৷ ওলাই গ’লোঁ মই পোহৰ নগৰীৰ বহু দূৰলৈ, চাই ৰ’লোঁ নগৰখনিৰ বিষাদগ্ৰস্ত গলিবোৰলৈ, এজন প্ৰহৰীক…
নীলকান্ত শইকীয়া হঠাৎ শিলগুটিবোৰ ক’ৰ পৰা আহে মানুহ যেতিয়া জিলিকি উঠে। কিয়বা ঈৰ্ষাৰ শিলাবৃষ্টি খোজ দৃঢ় নহ’লে ওলাব নোৱাৰে কেনিও। টেলিভিছনত শিল, বাতৰি-কাকতত শিল বন্ধুৰ হাতত শত্ৰুতা মাৰি থাকে টলকিব নোৱাৰাকৈ চৰিত্ৰলৈ। শিলেই ছক্ৰেটিছক বিহপান কৰালে…
লোকনাথ গোস্বামী (১) গাঁৱৰ কথা কৈ অন্ত কৰিব নোৱাৰি ৷ গাঁৱৰ প্ৰসংগ ওলালে আৰু এজন বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব, তেখেত হ’ল বদন চন্দ্ৰ শইকীয়া (বৰ্তমান প্ৰয়াত)৷ এইজন বদনদায়েই পোন-প্ৰথম মোক কলিবাৰীৰ ঐতিহাসিক বাণ থিয়েটাৰত প্ৰৱেশৰ বাট দেখুৱাইছিল৷ তাৰো…
অনুবাদ : অনুভৱ তুলসী নেচেল কৃষ্টি মূল : মিলদ্ৰেড অকʼচ্চ (নাইৰʼবি, কিনিয়া) সিহঁতে মন গʼলেই তোমাৰ বেৰত আঁকে গদ্যময়, সঙ্গতিহীন গ্ৰাফিটি, যাৰ ফলত কাণ্ডজ্ঞান আৰু মধ্যাকৰ্ষণক তুমি দিয়া নেওচা। তুমি যেতিয়া তোমাৰ কাণ্ডজ্ঞান খুঁচৰি চোৱাঁ বিচাৰি পাই যোৱা, বিলাই দিয়া…

উপদেষ্টা ড˚ পোনা মহন্ত ডা˚ ধ্ৰুৱজ্যোতি বৰা সম্পাদক মৃদুল শৰ্মা (অবৈতনিক ) কাৰ্যবাহী সম্পাদক ৰঞ্জুমণি মহন্ত (অবৈতনিক) কলা সম্পাদক ড˚ সঞ্জীৱ বৰা বিভাগীয় পৰামৰ্শদাতা আকাশ দীপ্ত ঠাকুৰ (অবৈতনিক) সিদ্ধাৰ্থ শংকৰ কলিতা প্ৰকাশক অচিন্ত্য কুমাৰ মহন্ত প্ৰকাশন সহযোগী দেৱজিৎ ভঁৰালী প্ৰচ্ছদ ড˚…

অঁ, সময়ত নিতুপৰ্ণ ৰাজবংশী