sdblogs2011

sdblogs2011

তথ্যবাদ (Dataism)

 ড০ প্ৰিয়দেৱ গোস্বামী   বৰ্তমান সময়ত আমি প্ৰতি নিয়ত অনেক খবৰ লাভ কৰি থাকোঁ৷ এনে খবৰবোৰ আমাক যোগান ধৰে বিভিন্ন ছপা আৰু বৈদ্যুতিন মাধ্যমে৷ ইয়াৰ উপৰি প্ৰকৃতিয়েও আমাক বহু খবৰ দিয়ে৷ এই খবৰবোৰৰ আধাৰ হ’ল তথ্য৷ বিভিন্ন বিষয়ৰ বিষয়ে আমি…

লংবুই পৰ্বত, লাং-ইক্‌ পি আৰু কাজেক আইৰ উৰণীয়া সাধু

 ৰত্না ভৰালী তালুকদাৰ (তৰুণ গল্পকাৰ জুৰি বৰুৱাৰ হাতত)   লানি নিছিগা সপোন আৰু সাধুকথাৰ আলি-মুলিতে কাজেক ৰংফাৰপিৰ বাস৷ সেয়েহে যেতিয়া  সপোনতে ধুনীয়াকৈ পিনি-পে’কক পিন্ধি লংবুই পৰ্বতৰ ওপৰেদি তেওঁৰ দেহলাওটো সৰগলৈ লৈ যাবলৈ বুঢ়ীমাই আহিল, তেতিয়া দুৱাৰ-বাগৰি লংৰি নামৰ কাৰ্বি গোষ্ঠীয়ে বাস…

অচিন জগতত বাটলু

 স্মৃতিৰেখা দেৱী সেউজীয়া সেউজপুৰখন হঠাতে বহুৰঙী হৈ উঠিল৷ খুব কম সময়তে ৰং-বিৰঙৰ ডাঙৰ ডাঙৰ কলপাততকৈও বহুত ডাঙৰ বস্তু কিছুমান, তামোল গছৰ ঢকুৱাৰ দৰে তাতকৈও ডাঙৰ ডাঙৰ বস্তু কিছুমানৰ সহায়ত অচিন গ্ৰহৰ অতিথিকেইজনে মানুহ থকা ঘৰৰ নিচিনা ঘৰ কিছুমান সাজি উলিয়ালে৷ সেই ঘৰবোৰৰ ভিতৰলৈ…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৬

(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)                                        নিজৰা ৰাজকুমাৰী চিটিবাছ চালক ৰামু আৰু জোচেফ, ৰিক্সাৱালা ৰহিমৰ পৰা সোণটি, শেৱালি, মিনতি, জয়ন্ত আদিলৈকে যিবোৰ চৰিত্ৰৰ মানৱীয়তা অথবা অমানৱীয়তাই, পৰিৱেশ-পৰিস্থিতিয়ে নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ বেনাৰত নিৰ্মাণ হোৱা, ১৯৭১ চনৰ ২৬ ফেব্ৰুৱাৰিত মুক্তি পোৱা…

ভাৰাঘৰ

 মূল : অংশুমান কৰ অসমীয়া অনুবাদ : কুমুদ ঘোষ   সেই ঘৰ এৰি অহা বহুদিনেই হ’ল৷   আহোঁতে-যাওঁতে, তথাপি, মাজে-সময়ে চকুত পৰে৷   দেখোঁ, নীলা-বগাৰ সলনি উৰিছে গোলাপী পৰ্দা দেখোঁ, যিটো আছিল চ’ৰাঘৰ সেইটো হ’ল বে’ডৰূম দেখোঁ, বাঁওফালৰ সলনি সোঁফালৰ চুকত…

বঙ্কিমচন্দ্র আৰু ঐতিহাসিক উপন্যাসৰ স্রষ্টা ৰজনীকান্ত বৰদলৈ

   বাসুদেব দাস     ইংৰাজী সাহিত্যত ছাৰ ৱাল্টাৰ স্কট আৰু বঙলা সাহিত্যত বঙ্কিমচন্দ্র চট্টোপাধ্যায় ঐতিহাসিক উপন্যাসৰ বাবে বিখ্যাত।অসমীয়াত তেওঁলোকৰ আর্হিৰে ইতিহাসৰ পটভূমিত উপন্যাস ৰচনাৰ প্রথম পথ দেখুৱাইছিল পদ্মনাথ গোহাঞিবৰুৱাই। গোহাঞিবৰুৱাৰ দুয়োখন উপন্যাসেই অসম বুৰঞ্জীৰ দুটা প্রসিদ্ধ ঘটনাৰ পটভূমিত ৰচিত।‘ভানুমতী’ৰ পটভূমি…

পুতলাটো

মূল : The Puppet, গ্ৰেবিয়েল গাৰচিয়া মাৰ্কেজ, কলম্বিয়া, সাহিত্যৰ ন’বেল বঁটা ১৯৮২ চন অনুবাদ : ড° ৰঞ্জিত দত্ত অলপ সময়ৰ বাবে  ভগৱানে যদি পাহৰি যায় মই এটা জীৰ্ণ পুতলা বুলি আৰু যদি মোক দিয়ে  এটি ভগ্নাসুৰ জীৱন  তেতিয়া হয়তো মই…

ভগৎ সিঙৰ নাস্তিকতা বানাম বৰ্তমানৰ বাবা সংস্কৃতি

 অভিৰাজ দত্ত   (এক) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অমৰ শ্বহীদ তথা ভাৰতৰ বাওঁপন্থী বিপ্লৱৰ পষ্টাৰ বয়খ্যাত ভগৎ সিঙে  ১৯৩০-৩১ চনত  কাৰাগাৰত থকা সময়ত “Why I am an Atheist” শীৰ্ষক ৰচনা খন লিখিছিল৷ ৰচনাখনত তেখেতে ঈশ্বৰৰ অস্তিত্ব দৃঢ়তাৰে নাকচ কৰিছিল৷ ফাঁচীকাঠত ওলমাৰ…

কথাৰ দস্তাবেজ

(পিংকুজিৎ দাসৰ হাতত) পৰাগজ্যোতি মহন্ত   কত কথা হৈ যায় কো‌ৱা – তথাপি, আমি ইমান কিয় অধীৰ এই যেন শুনিম এই যেন ক’ম   ক’ৰবাত কোনোবাখিনিত কোনোবাই কেঁকুৰিত ৰৈ কিবা যেন কৈ যাবলৈকে এপলকৰ বাবে উভতি চাইছে আমালৈ ইমান চিনাকি…

অসমীয়া ভাষাৰ ভৱিষ্যত

ভাৰত চৰকাৰে ২০২৪ চনৰ ৩ অক্টোবৰত ভাৰতৰ ধ্ৰুপদী ভাষা আন চাৰিটা ভাষাৰ লগতে অসমীয়া ভাষাকো স্বীকৃতি প্ৰদান কৰে৷ ধ্ৰুপদীভাষা হিচাপে অসমীয়া ভাষাৰ এই স্বীকৃতিৰ যাত্ৰাত বহুজন গুণী লোকে নিজৰ নিজৰ অৰিহণা আগ বঢ়াইছে৷ তাতে হাত উজান দিছে অসমৰ চৰকাৰেও৷ এখন…