আমাৰ শৰীৰত প্ৰৱেশ কৰা মাইক্ৰ’প্লাষ্টিকক লৈ আমি চিন্তিত হোৱা উচিত নেকি?
ড° ভাৰত বৰুৱা আমাৰ চাৰিওফালে আমাৰ জ্ঞাতে বা অজ্ঞাতে বিয়পি থকা মাইক্ৰ’ আৰু নেন’প্লাষ্টিকৰ ক্ষুদ্ৰ কণিকাবোৰ আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি আমাৰ স্বাস্থ্যৰ কেনে ক্ষতি কৰিব পাৰে সেয়া এতিয়াও স্পষ্ট নহয় যদিও বিজ্ঞানীসকলে এতিয়ালৈকে যি বিচাৰি পাইছে তাক লৈ আতংকিত হোৱাৰ…