ছাইৰঙী আকাশ
কাব্যশ্ৰী মহন্ত উপ ৰাষ্ট্ৰপতি উপস্থিত থাকিব উদ্বোধনী অনুষ্ঠানত৷ সেয়েহে নিৰাপত্তা অতি কটকটীয়া৷ নৱনীতাই হেণ্ডবেগৰ ভিতৰত লৈ অহা সৰু পাৰ্চটোও আনিবলৈ দিয়া নাই৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত নৱনীতাই আগতেও মিটিং কৰিছে৷ ইমান কটকটীয়া নিৰাপত্তা দেখা নাছিল৷ চৌহদৰ বাহিৰত ৰাস্তাৰ কিনাৰত…