পৰুৱাশিক্ষা
ভাস্কৰ জে নাথ চাৰিবেৰ খহিলেই ঘৰ হৈ নাথাকে ই কি নতুন কথা! নতুন কথা ক’ব নোৱৰা শোক এটা সদায় লাগি থাকে ৰাতি ৰাতি চকুৰ পতাত ক’ৰ জানো সোঁৱৰণিৰ ইমান পোহৰ! টোপনি ভাগে ৰাতি খহে মাখি…
ভাস্কৰ জে নাথ চাৰিবেৰ খহিলেই ঘৰ হৈ নাথাকে ই কি নতুন কথা! নতুন কথা ক’ব নোৱৰা শোক এটা সদায় লাগি থাকে ৰাতি ৰাতি চকুৰ পতাত ক’ৰ জানো সোঁৱৰণিৰ ইমান পোহৰ! টোপনি ভাগে ৰাতি খহে মাখি…
আকাশ দীপ্ত ঠাকুৰ (‘ছায়াকল্প’ শীৰ্ষক কবিতাৰ এটি শিতান ‘অন্যযুগ’ৰ পাততে আৰম্ভ কৰিছিলোঁ৷ চাৰিটা খণ্ডৰ প্ৰতিটোতে ভিন্নসুৰী তিনিটাকৈ স্তৱক আছিল৷ বহু দিনৰ বিৰতিৰ পাছত পুনৰ সেই ধাৰাটোৰে তিনিটা স্তৱক লিখিবলৈ হেঁপাহ জন্মিল৷) (১) জীৱন জলাশয় আৰুনো কিমান পানী…!…
সঞ্জীৱ সভাপণ্ডিত কি চিনেমানো, কোন মানুহে কিয় নিৰ্মাণ কৰে তাৰ কিবা সঠিক উত্তৰ আছে বুলি ভাবিবৰ মন নাযায়। বহুতে ব্যৱসায়ৰ বাবে চলচ্ছিত্ৰ নিৰ্মাণ কৰে বুলি বুজা যায়। কাৰণ হাজাৰ হ’লেও চিনেমা এটা ব্যৱসায়। চিনেমা নিৰ্মাণত বহুত টকা ব্যয় হয়।…
গীতিমণি গোস্বামী (বৰঠাকুৰ) গোৰটো তাৰ গাত মৰি যোৱাকৈয়ে সোধাইছিল সি৷ পুৱা দৰ্জা খোলাত দীঘল পৰুৱাৰ সমদল এটা দেখি তাৰ পম খেদি সি তাক ওপৰলৈ ঠেং-মূৰ দাঙি চক্ৰাকাৰে ঘূৰি থকা অৱস্থাত দেখিলে৷ লুটিয়াই-বগৰাই দিলে সি পুনৰ হৈ জীয়া জীৱন এটালৈ ঢাপলি মেলিব৷ আচৰিত…
তপন কুমাৰ শৰ্মা ‘আপোনাক কি সহায় লাগে?’ স্কুটাৰৰ আৰোহীয়ে আথেবেথে সুধিলে। অজান চহৰ, অচিনাকি বাট–পথ, অবুজ ভাষা, অপৰিচিতা নাৰী। … ৫ জুলাই, পুৱা ৯.৩০ মান বাজিছে। ৰঙানদীৰ পাৰৰ ঐতিহাসিক চহৰখনৰ মাজেদি আগ বাঢ়িছোঁ, পদব্ৰজে। ইতিহাসে গৰকা চহৰ। তুলনাৰ বাবে— আমি পাণবজাৰৰ শ্বেইখ ব্ৰাদাৰ্ছ সমুখৰ পথেদি আগুৱাই ফ্ৰিছফাইৰ…
লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদ্যাপনৰ যোগেদি যোৱা কিছু দিনত সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতীয়তাবোধ চৰ্চিত হৈছিল অথবা চৰ্চা কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ ই নিশ্চিতভাৱে এটা দৰকাৰী পদক্ষেপ৷ অসমৰ অসমীয়াই যদি ঘৰৰ বাহিৰত গৈ নিজৰ বিষয়ে প্ৰচাৰ নকৰে তেন্তে…
(ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ পিছৰ পৰ্ব) দাদুল ভূঞা যুদ্ধত উঁৱলি যোৱা চহৰখনলৈ যেতিয়া শৰণাৰ্থীসকল উভতি আহিছিল তেওঁলোকে নিজকে চিনি পোৱা নাছিল কান্দিব জনা নাছিল, হাঁহিবলৈ পাহৰিছিল শাৰীপাতি থৈ দিয়া মৃতদেহবোৰ চিনি পোৱা নাছিল (যদিও সেই শবোৰৰ মাজতে থৈ…
মুনমী দত্ত হাজৰিকা মেট্ৰিক পৰীক্ষা দি উঠি প্ৰথমবাৰৰ বাবে ‘চাহেবপুৰাৰ বৰষুণ’ পঢ়িছিলোঁ৷ তেতিয়া বৰ্ষাতকৈ বন্যাৰ সিদ্ধান্তটোহে মোৰ শুদ্ধ আৰু সঠিক যেন লাগিছিল৷ হেই, বৰ্ষা আৱেগিক৷ উচ্চশিক্ষিত ভাবীস্বামী প্ৰান্তিকক এৰি চাহেবপুৰাত ট্ৰেইনৰ পৰা নামি তৎক্ষণাত এন. জি. অ.-ত সোমাই…
পল্লৱী কৌশিক শৰ্মা উস্, কি যে বিড়ম্বনা! অদ্ভুত, অকটা গোন্ধটোত যেন হলকা-হলকে বমিয়াই দিব নলিনী দত্তই৷ নাসিকা তন্ত্ৰৰে উৰ্ধগামী হোৱা অসহ্যকৰ গোন্ধটো দত্তৰ কপালৰ কুম দুটাৰ ধপ্ধপনিৰ কাৰক হৈ পৰে৷ দুৰ্গন্ধময় বতাহ এসোপা পেটৰ ভিতৰলৈকে প্ৰৱেশ কৰি মানুহজনৰ বয়সে সংকুচিত…
কুশল দত্ত যেতিয়া কোনো এগৰাকী লেখকক তেওঁৰ সাহিত্যকৰ্মৰ স্বীকৃতিস্বৰূপে সন্মানিত কৰা হয় পৰম্পৰা ৰক্ষা কৰি তেতিয়া তেওঁ কিয় লিখে জাতীয় এটা কৈফিয়ৎ দিব লগা হয়৷ লেখকে কিয় লিখে– এই প্ৰসংগত বিশ্বৰ প্ৰায়সংখ্যক লেখকেই নিজা নিজা অভিমত প্ৰকাশ কৰি আহিছে৷ এই…