এটা মেটাফৰিক কবিতা
শিখা গোস্বামী মহন্ত “O My Love’s Like A Red, Red Rose” Robert Burns কবিতা এটা লিখিবলৈ নিৰাই লওঁ চক্ৰৱৎ পৰিৱৰ্তন্তে পৃথিৱী-পাতাল ভেঁকুৰি তিতাৰ সৰু গোল গুটিবোৰৰ দৰেই বগা জালবোৰ বগাই যোৱাটো বৰ সহজ নহয় পোহৰত সহজ নহয় সহি থকা বগা…
শিখা গোস্বামী মহন্ত “O My Love’s Like A Red, Red Rose” Robert Burns কবিতা এটা লিখিবলৈ নিৰাই লওঁ চক্ৰৱৎ পৰিৱৰ্তন্তে পৃথিৱী-পাতাল ভেঁকুৰি তিতাৰ সৰু গোল গুটিবোৰৰ দৰেই বগা জালবোৰ বগাই যোৱাটো বৰ সহজ নহয় পোহৰত সহজ নহয় সহি থকা বগা…
অৰ্চনা ঠাকুৰীয়া নিজক নিচুকাবলৈও এক বিশেষ ৰাগৰ প্ৰয়োজন মই এখন অখ্যাত গাঁৱৰ পৰা আহিছিলোঁ য’ত নদীখনে সুঁতি সলাই হ’লেও বৈ আছে যিদৰে আন্ধাৰক পৃথক কৰি পোহৰ জীয়াই আছে আজিও। ভালপোৱাৰ অব্যৰ্থ শৰ নিক্ষেপ কৰাৰ কৌশল তুমি জানিছিলা যি কৌশলেৰে অৰুন্ধতী…
অনিন্দিতা কলিতা কাহিনীবোৰ পখিলা উৰি আহি দুচকুতে বহি লয় মূৰটো ঘূৰালেই এটি গল্প এখনি উপন্যাস লিখিম পৰোঁ বুলিয়েই আহি পৰা পখিলাৰ লাহী কাহিনীবোৰ লিখিম সোনকালে সৰি পৰিব খোজা পাখিৰ কঁপনিবোৰ লিখিম কেতিয়াবা কলমটো আঙুলিত লাগি থকা এডাল কাঁইট না ওলাই…
শিল্পকলা শিতানত এইবাৰ আগবঢ়াইছোঁ আলোকচিত্ৰশিল্পী শ্ৰী প্ৰণীৱ দাসৰ কেইখনমান আলোকচিত্ৰ : গাঁৱলীয়া জীৱনৰ এক ৰূপকথা
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ তিনিচুকীয়া ইংলিছ একাডেমীৰ কে.জি.–ৰ ছাত্ৰ সৌজন্য কাশ্যপ বৰদলৈয়ে অঁকা ছবি
ড° চুলতান আলী আহমেদ ইংৰাজী সাহিত্যৰ বুৰঞ্জীত ১৯২২ চনটো এটা গুৰুত্বপূৰ্ণ জলচ্ছেদ (Watershed) হিচাপে পৰিগণিত হৈছে৷ এইটো বছৰতে তিনিখন এনেকুৱা ধৰণৰ সাহিত্যকৰ্ম প্ৰকাশিত হৈছিল যি তিনিখনক আধুনিকতাবাদী (modernist) সাহিত্য আন্দোলনৰ গুৰুত্বপূৰ্ণ পাঠ (text) হিচাপে গণ্য কৰা হয়৷ এই তিনিখন গ্ৰন্থ…
ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষ ড° তপোধীৰ ভট্টাচাৰ্য (সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷ দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢোৱা ড॰ ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ…
(সংগ্ৰামী সাহিত্যিক শশী শৰ্মাদেৱৰ চমু জীৱনী) প্ৰশান্ত মিশ্ৰ (৪) ধৰ্ম সম্বন্ধে ধাৰণা: ধৰ্ম সন্দৰ্ভত অ’ত ত’ত বিক্ষিপ্তভাৱে নিজস্ব অভিমত প্ৰকাশ কৰিলেও, এই বিষয়ে দুখন পুথিও লিখি উলিয়াইছে শমাৰ্দেৱে৷ এখন ‘ধৰ্ম আৰু সমাজ’ (১৯৮০) আৰু আনখন ‘অসমৰ হিন্দু-মুছলমানৰ সাংস্কৃতিক সম্পৰ্ক’ (১৯৯৮)…
মূল : হাৰুকি মুৰাকামিগল্প সংকলন : The Elephant Vanishesগল্প : A Windowইংৰাজী অনুবাদ : জয় ৰুবিনঅসমীয়া অনুবাদ : বিদ্যুৎ বিকাশ শৰ্মা হাৰুকি মুৰাকামি শুভেচ্ছা ল’ব। এটা এটা দিন পাৰ হৈ গৈছে মানে শীতৰ ঠেঁটুৱৈ লগা ভাৱটো ক্ৰমে কমি আহিছে। কোমল…
ড° ৰমেশ চন্দ্ৰ গোস্বামী কোৱা নিষ্প্ৰয়োজন যে ছুইডেনৰ ৰসায়ন বিজ্ঞানী, অভিযন্তা, তথা উদ্যোগপতি আলফ্ৰেড ন’বেলৰ ১৮৯৫ চনৰ ইচ্ছাপত্ৰ অনুসৰি পাঁচটা বিভিন্ন বিষয়ত ১৯০১ চনৰ পৰা প্ৰতি বছৰে ন’বেল বঁটা প্ৰদান কৰি অহা হৈছে৷ বিষয়সমূহ হৈছে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শৰীৰতত্ব বা চিকিৎসা…