হামি
গুণোজীৎ দাস হামি এটাৰ বাহিৰে যেন নিজৰ বুলিবলৈ আন একোৱেই ৰৈ যোৱা নাই নিজৰ বুলিয়েই এটাৰ পিছত মাৰি আছোঁ আনটো হামি হামিৰ ব্যৱধান কমি সি সাং হোৱালৈ মাজতে পিঠিৰ খজুৱতি বাঢ়িল কালে মোকলাই দিয়া হামি আৰু খজুৱতিত এটাও যদি গছপুলি বাঢ়িলহেঁতেন…
গুণোজীৎ দাস হামি এটাৰ বাহিৰে যেন নিজৰ বুলিবলৈ আন একোৱেই ৰৈ যোৱা নাই নিজৰ বুলিয়েই এটাৰ পিছত মাৰি আছোঁ আনটো হামি হামিৰ ব্যৱধান কমি সি সাং হোৱালৈ মাজতে পিঠিৰ খজুৱতি বাঢ়িল কালে মোকলাই দিয়া হামি আৰু খজুৱতিত এটাও যদি গছপুলি বাঢ়িলহেঁতেন…
ড০ ভাৰত বৰুৱা আজিৰ যুগত আমি বহু ধৰণৰ জীনছৰ লগত পৰিচিত। নীলা জীনছ্, শেঁতা পৰা জীনছ্, ক’লা জীনছ্, বগা জীনছ্, ৰংচঙীয়া জীনছ্, চেলেকা-চুবুৰীয়া জীনছ্, ফটা জীনছ্, কটা জীনছ্, স্থিতিস্থাপক জীনছ্ আৰু কত যে কি জীনছ্। আমি সাধাৰণতে জীনছ্ বুলিলে সহজে নফটা টান গাঢ় নীলা ৰঙৰ কপাহী কাপোৰৰ বস্ত্ৰকেই…
উৎপল দত্ত নবীন বৰুৱাৰ ‘কটন কলেজ’ পঢ়িবলৈ হাতত তুলি লোৱাৰ একমাত্ৰ কাৰণ আছিল কিতাপখনৰ নামটো৷ ‘কটন কলেজ’ আছিল এক ধৰণৰ অজানা ৰহস্যময় আকৰ্ষণবিন্দু, বিশেষকৈ হাইস্কুলৰ ওপৰৰ শ্ৰেণীত পঢ়া সময়তে শুনিছিলোঁ কটন কলেজৰ অলেখ ৰোমাঞ্চকৰ কাহিনী- সফলতাৰ বহু সত্য-কাহিনী আৰু…
অংকিতা বৰুৱা মেঘৰ গাজনি আৰু দপদপিয়া বৰষুণজাকৰ শব্দত গভীৰ টোপনিৰপৰা উচপ খাই সাৰ পাই উঠিলোঁ৷ চকুহাল মোহাৰি কেইটানো বাজিছে চাবলৈ শিতানত থকা ম’বাইলটো হাতেৰে খেপিয়াই অনুমানতে বুটামটো টিপিলোঁ। ৰাতিৰ শেষ প্ৰহৰ … পুনৰ এটা প্ৰচণ্ড কাণ তাল মৰা শব্দত বিছনাখনতে…
প্ৰদীপ শইকীয়া অকহি পুৰুষেও খুলিব নোৱাৰা তলাটো খুলিল দেখাত একোৱেই নাছিল নতুন হাতুৰীয়েও নতমস্তকে স্বীকাৰ কৰিছে ভাঙিব নোৱৰা তলাটো এটা অংক ঘৰ ঘৰোৱাহেও জানিছিল টেমিটোৰ গৰ্ভতে সোমাই আছে এখন অদ্ভুত ব্ৰহ্মাণ্ড আমি যেতিয়া ককবকাই আছিলোঁ অতিমাৰি বানত টেমিৰ বাসিন্দাই ভূ…
ড° পুলক সভাপণ্ডিত পৃথিৱীত এনে কিছুমান লোক আছে যি জীৱিত কালত একমাত্ৰ মানৱকল্যাণৰ বাবে কাম কৰে৷ কিন্তু এইখন পৃথিৱীতে এনে কিছুমান ব্যতিক্ৰমী লোক আছে, যি জীৱিত কালত মানুহৰ বাবে কাম কৰাৰ উপৰি মানুহৰ কল্যাণৰ বাবে নিজৰ জীৱন পৰ্যন্ত বিসৰ্জন…
মৌচুম বৰুৱা বিংশ শতিকাৰ আমেৰিকান নাট্য সাহিত্যক ঐশ্বৰ্যময় কৰি তোলাৰ ক্ষেত্ৰত য়ুজিন অ’নীল, টেনেছী উইলিয়ামছ আৰু এডৱাৰ্ড এলবীৰ সমানেই অৰিহণা আগবঢ়োৱা আনজন স্বনামধন্য নাট্যকাৰ হৈছে আথাৰ্ৰ মিলাৰ৷ মিলাৰৰ নাটকসমূহত সমাজৰ কিছুমান সমস্যা সহৃদয়তাৰে উপস্থাপন কৰা হৈছে৷ এইফালৰ পৰা তেওঁক হেনৰিক…
ৰুদ্ৰ সিংহ মটক ইংৰাজী সাহিত্যৰ ছাত্ৰ হিচাপে দৰং মহাবিদ্যালয়ত পঢ়ি থকা কালছোৱাতে শ্বেক্সপীয়েৰৰ নাটক আৰু ছনেটৰ লগতে কীটছ্, শ্বেলী, ৱৰ্ডচৱৰ্থ, ব্ৰাউনিঙ, য়েটছ্, এলিয়টৰ যুগমীয়া সৃষ্টিৰাজীৰ সংস্পৰ্শলৈ অহাৰ সৌভাগ্য হৈছিল। নতুনৰ আৱাহনী শুনা যৌৱনোচ্ছ্বল এই সোণালী সময়ছোৱাতে আমি কবিতা নামৰ সৃষ্টিশীল…
ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পাছৰ পৰা) (উনৈশ) ভীষণ কষ্টকৰ পাহাৰীয়া বাট ৷ ডয়-কাও-ৰং দু পৰ্বত পাৰ হৈ ছ্যু-কা-ফাই দেখিলে এখন নদী পশ্চিম ফালে বৈ গৈছে। কষ্টকৰ পঅৰীয়া বাটৰ শেষত নদীখন পাই মানুহবোৰৰ ভাল লাগিল৷ নদীৰ পাৰে পাৰে পশ্চিমলৈ গৈ থাকিব পৰা যাব,…
পংকজ গোবিন্দ মেধি নৱবৰ্ষৰ শুভেচ্ছানৱবৰ্ষৰ শুভেচ্ছানৱবৰ্ষৰ শুভেচ্ছা ক’ত থাকে নৱবৰ্ষৰ শুভেচ্ছাকেনেকৈ জনায় নৱবৰ্ষৰ শুভেচ্ছা নৱবৰ্ষ মানে ঘড়ীৰ কাঁইটৰএক লহমান সময়ৰ ইফাল আৰু সিফাল নৱবৰ্ষ মানে উলাহ আৰু স্ফূৰ্তিস্মৃতি আৰু পৰিকল্পনা কাইলৈৰ পৰা মই চিগাৰেট নাখাওঁঅথবা অন্যান্যকাইলৈৰ পৰা মই এজন ভাল…