পৰিধি
ময়ূৰী কাকতি (And her only thirty-one.) I can’t help it, she said, pulling a long face, It’s them pills I took, to bring it off, she said. – A…
ময়ূৰী কাকতি (And her only thirty-one.) I can’t help it, she said, pulling a long face, It’s them pills I took, to bring it off, she said. – A…
ড° দীপশিখা ভাগৱতী টি. এছ. এলিয়ট “…বতাহত উথলি পৰিছে কিহৰ কোলাহল মাতৃক সন্তাপৰ অনুচ্চ ধ্বনি আচ্ছাদিত অঘৰী শোভাযাত্ৰাৰে অনন্ত সমভূমি জুৰি গুণগুণনি দ্ব্যৰ্থহীন দিগন্তেৰে বলয়াবৃত পৰ্বত শিখৰৰ মহানগৰ … …দত্ত, দয়দ্ধম, দম্যত..” (‘কি ক‘লে মোক বজ্ৰ নিৰ্ঘোষে‘, হোৱাট…
পঙ্কজ প্ৰতিম বৰদলৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰতিষ্ঠা কৰা অসমীয়া জাতিৰ বৰভেটিক তেখেতৰ পৰৱৰ্তী সময়ত প্ৰাণোজ্জ্বল কৰি এক স্বকীয় আৰু আত্মবিশ্বাসী জাতিসত্ত্বা হিচাপে গঢ় দিয়াত যিসকল লোকৰ অৱদান আছে, তাৰ ভিতৰত জ্যোতিপ্ৰসাদ আগৰৱালা অন্যতম৷ সামাজিক আৰু সাংস্কৃতিক চেতনাৰে উদ্বুদ্ধ জ্যোতিপ্ৰসাদে জাতি আৰু…
সঞ্জীৱ সভাপণ্ডিত সৰুতে আমি পথাৰত কাম কৰা মানুহবিলাককে যে কৃষক বুলি কয় সেইটো জনা নাছিলোঁ বা বুজাও নাছিলোঁ৷ আমিও পথাৰলৈ গৈছিলোঁ–ধান দাইছিলোঁ, নৰা কাটিছিলোঁ, আনিছিলোঁ, ৰোৱনী–দাৱনীলৈ জলপান নিছিলোঁ৷ পথাৰত ধান খেতি কৰা মানুহবিলাকক…
প্ৰাঞ্জল কুমাৰ লাহন এই ভোগবাদী পৃথিৱীৰ খেয়ালী কবিৰ কি কাম কবিয়ে অকল কবিতাৰে পেট পূৰাব পাৰেনে কবিয়ে কবিতাত শব্দৰ যাদুৰে বহুজনৰ মন-প্ৰাণ ভৰাব পাৰে পিছে মন-প্ৰাণ ভৰিলেই জানো এই ভোগৰ পৃথিৱীত কবি সুখেৰে জীব পাৰে! ভোগৰ পৃথিৱীৰ অনেক উপাদানে আউল…
ধ্ৰুৱজ্যোতি দাস টুনী অ’ টুনী চৰাই, তোৰ ঠোঁটত কি গুটি আনিছ আনিছ কি গছৰ গুটি? পানীৰ পকনীয়াই থানবান কৰিলে গেঁৰধৰা পথাৰ; নৈয়ে অনা বালিৰ তলত পোত গ’ল আৰু পোত গ’ল গৰ্ভৱতী ধানগছ। অ’ টুনী তোৰ ডেউকাৰে কি বতাহ কোবাইছ তোৰ ঠোঁটেৰে…
নীলোৎপল বৰুৱা অধীশ্বৰ শব্দটো আপেক্ষিক। যদিও ই মালিকক নিৰ্দেশ কৰে, তথাপিও অধীশ্বৰ শব্দটোৰ সৈতে এটা নিৰ্দিষ্ট ভুখণ্ডৰ কথা নাহে। নাহে কৰ-কাটল। নতুবা টেকেলা, কটকী… লুটুকলাও অধীশ্বৰ আছিল। বাদশ্বাহ নতুবা ৰজা নহয়, অধীশ্বৰ অধীশ্বৰ। লুটুকলা কাল আৰু কালাতীতৰ বায়ৱীয় চেতনাৰ…
ড° বুলজিৎ বুঢ়াগোহাঁই চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রম গ্রহণ কৰি ছাত্ৰ-ছাত্ৰীয়ে আকৰ্ষণীয় কেৰিয়াৰ গঢ়িব পাৰে। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো চৰকাৰী চিকিৎসালয় আৰু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হ’ম, ক্লিনিক, ডায়েগন’ষ্টিক চেণ্টাৰ, লেব’ৰেটৰী আদিৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত চিকিৎসকৰ আৱশ্যকতা বৃদ্ধি পাব ধৰিছে। চিকিৎসক হ’ব খোজাসকলৰ কিছুমান…
ঋষভ নাথ বুটামেৰে মুখ জপাওঁতে মোৰ দাঁতৰ শব্দত এবাৰ হেড বাইদেউৰ চক ভাগিছিল ৰেলগাড়ীৰ দৰে হাঁহি ঠিক পিছে পিছে বহু পৰ হাড়ৰ চিৰি কঁপাই ঘূৰি থকা চকাকেইটাও যেন বুটামেই মাৰ চুৱেটাৰৰ বুটামতলত পৰি এদিন দুই পিপৰা তিনিগুণ হৈছিল আঙুলিমূৰ পুৰিছিল…
উদয় কুমাৰ বৰুৱা শীতৰ কুহেলিকা পাৰ হৈ ক্ৰমাৎ সুৰভিত হয় নষ্ট সময় মৰা শামুকৰ খোলাত মাৰ যায় অপ্ৰাপ্তিৰ দীঘল হুমুনীয়াহ আৰু মই স্বপ্নমাতাল হৈ খোজ থওঁগৈ শতাব্দী প্ৰাচীন এখন চহৰৰ লুণীয়া মাটিত স্মাৰ্টফ’নৰ পৰা স্মাৰ্ট চিটীলৈ সৰ্বত্ৰ কেৱল নিৰ্বেদ অনুৰাগ…