Category অন্যযুগ, জুলাই, ২০২৩

বিবিবাটাৰফ্লাই

 অংগনা ভট্টাচাৰ্য্য     “অ’ চিত পখিলা         অ’ চিত পখিলা মোৰ দৰে ধুনীয়া ছোৱালী         আৰু ক’ত দেখিলা?”      ভৈৰৱীয়ে আইনাত নিজকে চাই-চাই কথাষাৰ গানৰ দৰে গাই থাকিল৷ আইনাত জিলিকি উঠা তাইৰ প্ৰতিবিম্বটোক আঙুলিৰে টুকুৰিয়াই তাই “ক’তো…

দুকাপ চাহ

 অসীম তালুকদাৰ           পলাশ কাকতিয়ে দুকাপ চাহৰ জোখেৰে চচপেনটোত পানী ঢালিলে৷ গেছটো জ্বলাই চচপেনটোত বহাই দিয়াৰ পাছত তেওঁৰ এনে লাগিল পানী যেন অলপ কম হ’ল৷ কাপ এটাত অলপমান পানী ভৰাই লৈ তেওঁ পুনৰ চচপেনটোত ঢালিলে৷ এইবাৰ তেওঁৰ ভাব…

অকণিয়ে অঁকা ছবি

 ‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ  আগবঢ়াইছোঁ নিউ গুৱাহাটী, কামৰূপ(মেট্ৰ‘)ৰ টেণ্ডাৰ-প্লে’ প্ৰি-স্কুলৰ নাৰ্চাৰীৰ ছাত্ৰী অনাহিতা শৰ্মাই অঁকা ছবি  

ব্যক্তি, ব্যক্তিত্ব, সমাজ আৰু প্ৰতিষ্ঠান

 পংকজ প্ৰতিম বৰদলৈ    একবিংশ শতিকাৰ আৰম্ভণিৰ বৰ্ষকেইটাত ৰাজ্যখনৰ এখন মফচলীয় চহৰৰ গ্ৰাম্য অঞ্চল এটাৰ পৰা পোনেই আহি দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু এখন প্ৰকৃত মহানগৰৰ বাসিন্দা হৈছিলোঁহি৷ নীৰৱে-নিজানে বৈ থকা এখন ‘নদী’-ৰ পৰা আহি ‘এসাগৰ’ পানীত ককবকাই থকা এমুঠি মাছৰ…

মহানগৰ

উদয় কুমাৰ বৰুৱা   কত যে সপোন উজাই আহে ৰাতিৰ নীৰৱতা ভেদি তাৰে এটাৰ গাত ভেজা দি পালোঁহি এই  মায়াৰ নগৰ । যেন মৰুৰ মাজত মৰূদ্যান হৈ ফুলি থকা এখন তৃষাৰ নগৰ   শাৰী শাৰী অট্টালিকা, সুদৃশ্য শ্বপিংমল , নানাৰঙী…

মাটিমুখ

মিণ্টুল হাজৰিকা     “ উৰি গ’ল ৰাজহংস পৰি গ’ল পাখি ৷ সিও দেহা পৰি ৰৈলা যমুনাৰ বালি ৷৷”   ১. চহা বুকুৰ মঙহ খুৱাই মাটিমুখে ধোঁৱাচাঙত সাঁচে ভাটিকাললৈ বুলি জোন তৰা বেলি…   ২. জোন ডাঙৰ হৈ  সপোনত লৈ…

সেইদিনা

  জয়ন্ত দত্ত সেইদিনা বাপেক পুতেকৰ খকাখুন্দাখনত গধুৰ হৈ পৰিছিল দুপৰীয়াটোৰ বুকু…   আমি বাপেকৰ ফালৰ পৰা চাই  বাপেকক শুদ্ধ দেখিছিলোঁ আৰু  পুতেকৰ ফালৰ পৰা  পুতেকক   এদিন হাতৰ চাকিটো আন এজনক দি আন্ধাৰে – মুন্ধাৰে আহোঁতে উজুটিত ছিগা বুঢাআঙুলিটো দেখি …

মীন বিজ্ঞান (Fishery Science)

 ড° বুলজিৎ বুঢ়াগোহাঁই       মীন বিজ্ঞান হৈছে এক বহুমুখী পাঠ্যক্ৰম যিয়ে মীন পালনৰ ব্যৱস্থাপনা আৰু বুজাৰ অনুশাসনৰ বিষয়ে শিকায়। মীন বিজ্ঞান পাঠ্যক্ৰমত জলজ পালনৰ বিভিন্ন শাখা যেনে- প্ৰজনন, আনুবংশিক, জৈৱ প্ৰযুক্তি, পুষ্টি শিকায়।  লগতে মাছ প্ৰক্ৰিয়াকৰণৰ বিষয়েও শিকায়  য’ত…

এখন হাতল ভগা চকী

জুনু বুঢ়াগোহাঞি নাথ     এইযে আমি কিমান হেৰুৱাই আছোঁ নিজক নিজৰে পৰা হেৰাই আছোঁ ইজন-সিজনৰ পৰা কাৰো খতিয়ান নাই ৷ কোমল মাটিত গজা গাঁওখন হেলনীয়া বতাহত ঢলি পৰিছে উজুটিত নখ ছিঙি আবিয়ৈ নগৰখনে অকালতে হেৰুৱাইছে নিয়ত অবলা অৰণ্যৰ মাজত…