শংকৰদেৱৰ ৰাজনৈতিক বিচক্ষণতা আৰু ইয়াৰ সুদূৰপ্ৰ্সাৰী প্ৰভাৱ
পংকজ প্ৰতিম বৰদলৈ অসমীয়া জাতি বহুধাবিভক্ত হৈ সমাজ আৰু জাতীয় জীৱনৰ শৃংখলাৰ বিভাজনৰ সম্মুখীন হোৱা এছোৱা সংকটময় সময়তে, অসমীয়া সমাজ জীৱনৰ মহীৰূহস্বৰূপ মহাপুৰুষ শংকৰদেৱৰ জন্ম আৰু তেখেতৰ সক্ৰিয় কৰ্মজীৱন পাৰ হৈছিল। অসমৰ সমাজ, সাংস্কৃতিক আৰু সামূহিক পৰিচয়লৈ এক অভূতপূৰ্ব পৰিৱৰ্তন অনা এজন সমাজ…