চগা জীৱন
প্ৰাঞ্জল জ্যোতি দত্ত গামোচাৰে হাতী বন্ধা মুখৰ কথা নহয়। সেই বুলিয়েই জানো বৰণ কৰি ল’ব পাৰি পৰুৱা মৰণ। চোঁচৰাই নুফুৰিলে দেখোন জীৱনটোৱেই ফুটত নুঠে। উজাই ল’ব জানিলে উশাহ- গেঁথনি এটায়ো দিব পাৰে জী থকাৰ সম্বাদ নুমি নুমি ‘কাৰ্ছিন’ৰ…
প্ৰাঞ্জল জ্যোতি দত্ত গামোচাৰে হাতী বন্ধা মুখৰ কথা নহয়। সেই বুলিয়েই জানো বৰণ কৰি ল’ব পাৰি পৰুৱা মৰণ। চোঁচৰাই নুফুৰিলে দেখোন জীৱনটোৱেই ফুটত নুঠে। উজাই ল’ব জানিলে উশাহ- গেঁথনি এটায়ো দিব পাৰে জী থকাৰ সম্বাদ নুমি নুমি ‘কাৰ্ছিন’ৰ…
দ্বীপৰাজ ইটাৰঙী মাটিত গিলিপ খোৱা এটুকুৰা শিলত বহি থকা ধোঁৱাবৰণীয়া বৰ্ণ এটা তপস্যাৰ ফচিলত আঁক এটা ভাজ হৈ মোচোৰা খাই আছে কাণ।৷ ঢেঁকীয়া ফুল হৈ থকা হাঁকোটাডালে বতাহক | – এইটো ক! মাটিফুলৰ গোন্ধ লাগি থকা পাহাৰটোৰ…
বনিশা শইকীয়া অভিবাসন এক স্বাভাৱিক প্ৰক্ৰিয়া৷ বিশ্বৰ প্ৰতিখন ঠাইতে অভিবাসীৰ উপস্থিতি একেবাৰে সহজলভ্য৷ অসমৰ ভূখণ্ডলৈ ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা মানুহে চামে চামে আহি বসতি স্থাপন কৰিছে৷ ইয়াৰ সমাজখনৰ গাঁথনিটো নিৰ্মাণৰ ক্ষেত্ৰত অভিবাসনৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ অসমলৈ হোৱা…
মূল : এণ্ডি ৱেইৰ (১৯৭২)-ৰ The Egg ভাবানুবাদ: যশোৱন্ত নিপুণ তুমি ঘৰলৈ গৈ আছিলা যেতিয়া তেতিয়াই তোমাৰ মৃত্যু হৈছিল৷ সেইটো এটা গাড়ীৰ দুৰ্ঘটনা আছিল৷ বৰ বিশেষ ধৰণৰ নাছিল, কিন্তু জীৱননাশী আছিল৷ তুমি তোমাৰ পত্নী আৰু দুটি শিশু এৰি থৈ আহিছিলা৷…
অংগনা ভট্টাচাৰ্য্য নৈশব্দৰ সিপাৰেও আছে এখন পাহাৰ৷ সেই পাহাৰতেই মোৰ অনুভৱৰ ঘৰ৷ মোৰ কোমল কলিজাৰ অনিঃশেষ অনুভূতিয়ে সেই পাহাৰতেই আতোলতোলকৈ সাজি তুলিছেহি অনন্য এখনি ঘৰ৷ নৈশব্দ ! এৰা, নৈশব্দৰ সিপাৰেই মোৰ অনুভৱৰ ঘৰ৷ আৱাহনী মন্ত্ৰ ওঁঠত লোৱাৰ অভ্যাস কাহানিও নাছিল৷…
নীলোৎপল বৰুৱা ‘এইবাৰ আকৌ কি হ’ল’- বুলি যদি কোনোবাই ফৎচনে সুধি দিয়ে, লৱ গগৈয়ে গোঁ-গোঁৱাব। একো উত্তৰ নিদিয়ে। তেওঁ কুৰুং এটাত সৰি পৰিব। গৈ থাকিব গৈ থাকিব.. । পৃথিৱীৰ কোনোবা এটা ফালে ওলাই তেওঁ গাত বনচাই কৰা গছৰ ডাল…
অৰ্চনা ঠাকুৰীয়া ছটিয়াই দিয়া ভালপোৱাবোৰ উভতি আহি মোতেই বিলীন হ‘ল সংকুচিত হৈ আহিল পৰস্পৰৰ প্ৰতি বিশ্বাসৰ আয়তন মই মোক নিঃশেষ কৰাৰ পৰিকল্পনা এতিয়ালৈ কৰা হোৱা নাই। সেয়ে আৱেগবোৰ থুকি থুকি জপাটোত ভৰাইছোঁ, কেতিয়াবা দুচকুত পিন্ধি লৈছোঁ যন্ত্ৰণাৰ অথবা আনন্দৰ…
ড° ইৰাণী হাজৰিকা “ইমান খং ভাল নহয়৷ অলপ ধৈৰ্য ধৰিব লাগে মানুহে৷ খং নামেই চণ্ডাল৷” মাকৰ একেবোৰ কথাকে পুৱা গধুলি শুনি শুনি পঢ়া টেবুলত বহি থকা মনোৰ কেতিয়াবা আপদীয়া খংটো পুনৰ উঠি আহিছিল৷ খং উঠিলে খন্তেকতে হিতাহিত জ্ঞান হেৰুৱাই…
অত্ৰেয়ী গোস্বামী জীয়াই থকাৰ তাগিদাত সময়ক পাঞ্জাৱী চোলাৰ জেপত ভৰাই চক পেঞ্চিলেৰে আখৰ লিখোঁতেই পাৰ হৈ গ’ল এটা জীৱন৷ পাটীগণিতৰ পিঠিত ভেঁজা দিওঁতে চুঁচৰি গৈছিল তেওঁৰ চুৰিয়া, ৰঙা মাটিৰ দাগ এটা ৰৈ গৈছিল নফটালৈকে৷ তেওঁৰ চৰিত্ৰ অসামাজিক হোৱাৰ আগৰ কাহিনীবোৰ…
উচ্চজিৎ দশগিৰি সপোনপুৰত এদিন জোনাক নামিছিল; আমাৰ স্বৰ্গৰ দুৱাৰত জ্বলিছিল আকাশ-বন্তি। আমি চাবলৈ নাপালোঁ, আমি তেতিয়া ব্যস্ত আছিলোঁ জীৱিকাৰ মৃত নগৰীত। আমাৰ আকাশ বিষাদে ঢাকি আছিল, আমাৰ চকুত নাছিল সপোন দেখাৰ হাবিয়াস। আমি এক অজান ভয়ত পলাই ফুৰিছিলোঁ…