ব্লণ্ড আৰু বহেমিয়ান ৰেপছ’ডি–অনিয়মত মৰা দুটি নক্ষত্ৰ
নিজৰা ৰাজকুমাৰী ব্যৱসায়িকভাৱে অতি সফল ইংৰাজী ভাষাৰ জীৱনীমূলক চিনেমা বহেমিয়ান ৰেপছ’ডিৰ সঘন আৰু সগৌৰৱ উল্লেখ শুনিছিলোঁ ৯১সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত। শ্ৰেষ্ঠ ছবিৰ মনোনয়ন লাভ কৰা বহেমিয়ান ৰেপছ’ডিলৈ আহিছিল শ্ৰেষ্ঠ চিনেমা সম্পাদনা, ছাউণ্ড এডিটিং, ছাউণ্ড মিক্সিং আৰু শ্ৰেষ্ঠ অভিনেতাৰ…