ওমলা পদ্য
অংকুৰিতা ফুকন (১) ঘৰচিৰিকাৰ চিৰিক্ চিৰিক্ শগুণে বোলে খাওঁ, বোৱাৰী-পুৱাতে সাউদ ককায়ে বেহালৈ মেলিলে নাও। (২) সাউদৰ ঘৰত খৰিয়াল লাগিল আকাশৰ কলহ ফুটা, সাউৰণীৰ হেনো ফুৰিবলৈ মন বৰষুণে লগালে লেঠা। (৩) নাখায় নাখায় একোকে নাখায় আজি সাউদৰ লঘোণ টকলা…