সকলোৱে পৰা কাম সকলোৱে নোৱৰাৰ দৰে
ধীমান বৰ্মন পাৰি গানৰ জখলাৰেও উঠি গৈ চুব পাৰি মেঘৰ কপাহী অহংকাৰ ভ্ৰূত সানি লৈ সন্ধ্যাৰ কাজল দিব পাৰি ৰণ জিনাৰ হুংকাৰ পাৰি ছবিৰ জখলাও বগাব পাৰি ৰঙৰ ছিটিকণিৰে জ্বলাই দিব পাৰি দৃশ্যৰ বুকু …
ধীমান বৰ্মন পাৰি গানৰ জখলাৰেও উঠি গৈ চুব পাৰি মেঘৰ কপাহী অহংকাৰ ভ্ৰূত সানি লৈ সন্ধ্যাৰ কাজল দিব পাৰি ৰণ জিনাৰ হুংকাৰ পাৰি ছবিৰ জখলাও বগাব পাৰি ৰঙৰ ছিটিকণিৰে জ্বলাই দিব পাৰি দৃশ্যৰ বুকু …
নিৰু দত্ত জুমি, ৰাণী, বিকু, বাবা, সন্ধ্যা আৰু মাজনী কাষ চাপি আহাঁ, শুনাম আজি হাতীপটিৰ কাহিনী । আকাশৰ সাগৰত নাও বাই তৰা, জোন, বেলি বগাকৈ হাতীপটিও আমাৰ নিচেই চিনাকি । আগষ্টৰ পৰা অক্টোবৰলৈ আন্ধাৰ ফৰকাল ৰাতি উত্তৰা-দক্ষিণাকৈ থাকে আকাশৰ…
ড০ নন্দ সিং বৰকলা আমি প্রত্যেকেই পথাৰ, প্রত্যেকেই প্রেম প্রত্যেকেই তেজৰঙা যোদ্ধা, শিলৰ আদিম সহোদৰ পথাৰ শেলুৱৈ জীৱন বাবেই সেউজীয়া প্রেম নান্দনিক ছন্দোবদ্ধ বাবেই মানুহৰ উৎসৱ যুদ্ধ ৰজাৰ ভূষণ বাবেই প্রত্যেকেই প্ৰত্যেকৰ শত্ৰু আমি প্ৰত্যেকেই বৰষুণৰ পিপাসু…
আলোকচিত্ৰশিল্পী: টিকেন্দ্ৰজিৎ দাস জালবন্দী সূৰ্য হেৰা জোনবাই পাখিত বান্ধি পোহৰ যাবৰ পৰত ক’লা-বগা ধোঁৱাৰ চহৰ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT
নীলোৎপল বৰুৱা মাংৰা বুঢ়াই ৰাজনীতি এৰি দিলে। এৰি দিলে মানে একদম এৰি দিলে। চফা। সন্ন্যাস। শেষবাৰৰ বাবে কমিউনিষ্ট পাৰ্টিত যোগ দিছিল। বেয়াকৈ ঠগি দিলে মাংৰাক। সেইটোৱেই প্ৰত্যক্ষ ৰাজনীতিত মাংৰা বুঢ়াৰ শেষ দিন আছিল। কমিউনিষ্টবিলাকৰ বিশ্বাসঘাতকতা মাংৰা বুঢ়াই সহ্য…
অভিজিত শর্মা বৰুৱা প্রেম এক অনির্বচনীয় শব্দ, শাশ্বত অনূভূতি। প্রেম নাথাকিলে কি হ’ব – সেয়া কল্পনা কৰাটো দুৰূঢ়, কিন্তু জীয়াই থকাৰ আমেজেই যে নাথাকিব, সেইটো নির্ঘাত। সেই ৰামায়ণৰ যুগৰ পৰা এতিয়ালৈকে দেশ-কাল-পৰিস্থিতি ভাবিব নোৱৰা ধৰণে সলনি হ’ল! বান্দৰে শিল পেলাই দলং…
ড° বুলজিৎ বুঢ়াগোহাঁই বায়ুমণ্ডলৰ বিভিন্ন দিশৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটি হ’ল – বতৰবিজ্ঞান (Meteorology)। ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়সহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্র-ছাত্রীসকলে ‘বতৰবিজ্ঞান’ৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। ইয়াৰ উপৰি ‘বতৰবিজ্ঞান’ত স্নাতকোত্তৰ, পি. এইচ. ডি. আদি…
ড° বিপুল কুমাৰ ৰাভা জীৱজগতলৈ বনাঞ্চলৰ অৱদান অপৰিসীম। বনৰীয়া জীৱ-জন্তুৰ উপৰিও প্ৰতিজন মানুহেই প্ৰত্যক্ষ বা পৰোক্ষভাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে। বনাঞ্চলেহে পৃথিৱীখনক জীৱৰ বাবে অনুকুল কৰি ৰাখিছে বুলি ক’লেও বঢ়াই কোৱা নহয়। চিন্তা কৰিবলগীয়া কথাটো হ’ল-বিভিন্ন কাৰণত মানুহে দ্ৰুত হাৰত…
মূল: ৱিলিয়াম ৱাৰড্জৱাৰ্থ (১৭৭০-১৮৫০)অনুবাদ: ড০ পোনা মহন্ত ডেফ’ডিল ফুল গিৰি শিখৰত উটি ভাঁহি থকা শুকুলা মেঘৰ দৰে, ময়ো ভ্ৰমিছিলোঁ অনাই বনাই তেনেই অকলশৰে৷ হঠাতে দেখোন চকুত পৰিল সোণালী ফুলৰ শাৰী, সোণ বৰণীয়া হাজাৰ কুসুম ডেফ’ডিল নামধাৰী৷ নদীৰ পাৰত গছৰ তলত হালি-জালি…
ভাস্কৰ জে নাথ কি কৰিব পাৰোঁ সূৰ্যাস্তৰ বিস্ময় চাই থাকিব পাৰোঁ অথবা গজি থকা বনবোৰ চাই থাকিব পাৰোঁ আৰু ভাবিব পাৰোঁ কোন পাপী হাড়ৰ পৰা গজা এই সেউজীয়া আৰু নিয়ৰত তিতা বনৰ ওপৰত খোজ দিব পাৰোঁ অক্টোবৰৰ পুৱা…