Category অন্যযুগ, নৱেম্বৰ, ২০২১

শিশু আৰু মিছা কথা

পম্পি বৰা বৈশ্য    শিশুবোৰ কল্পনাপ্রৱণ। তোওঁলোকে কল্পনাৰ জগতত থাকি নিজৰ মতে যি কোনো কথা এটা বৰ্ণনা কৰি ভাল পায়। এই কাৰণেই শিশুসকলে কিছুমান এনে কথা গুৰুত্ব সহকাৰে ব্যক্ত কৰে যিবোৰ কথা ৱাস্তৱসন্মত নহয় অথবা কেতিয়াও তেনে ঘটনা ঘটাই নাই।…

দেশৰ আৰ্থিক দুৰ্গতি

সঞ্জীত কুমাৰ বৰদলৈ আমাৰ দেশ তথা ৰাজ্যখনৰ আৰ্থিক অৱস্থাটোৰ উমান পাবলৈ অৰ্থনীতিৰ পৰিসংখ্যা চোৱাৰ প্ৰয়োজন নাই৷ চৌপাশৰ পৰিমণ্ডলটো চালেই সকলো স্পষ্ট হ’ব৷ মূল্যবৃদ্ধি অভাৱনীয় হাতৰ হৈছে, স্থবিৰ হৈ পৰিছে বজাৰ-ব্যৱসায় আৰু সংকুচিত হৈ আহিছে উপাৰ্জনৰ ক্ষেত্ৰসমূহ৷ উন্নয়নমূলক কাম-কাজ থমকি ৰৈছে৷…

অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন আৰু আৰ্থিক উন্নয়নৰ গতিবিধি

 ড° সুৰেশ দত্ত         অৰ্থনীতি এখনৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত বছৰটোত উৎপাদিত হোৱা দ্ৰব্য আৰু সেৱাৰ মুদ্ৰামূল্যৰ সমষ্টিয়েই হল ঘৰুৱা উৎপাদন (Domestic Product)৷ এই ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় ভিত্তিত মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product) অথবা ৰাজ্যিক পৰ্যায়ত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (Gross State…

সু-পৰিকল্পিত আঁচনিৰে ব্যৱসায়িক ভিত্তিত এৰী পলু পালন

 ড° মণিমালা শইকীয়া অসমৰ বিভিন্ন জনগোষ্ঠীয়ে এৰী পলু পালনৰ লগতে এৰী লেটাক খাদ্য হিচাপে পৰম্পৰাগতভাৱে গ্ৰহণ কৰি আহিছে৷ অসমৰ ২,৪০,৯৩৯ টা পৰিয়াল এৰী পালনৰ সৈতে জডি.ত আৰু ৰাজ্যখনৰ ৪২,৪৭১.০১ হেক্টৰ ভূমি এৰী পলুৰ খাদ্যবৃক্ষৰ অন্তৰ্গত৷ আমাৰ গাঁৱে-ভূঞে বিঘাই বিঘাই মাটি খেতি-বাতি…

হাইকুৰ দৰে কেইটামান কবিতা

পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ              (১) নিজানৰ নৈ; বালিচন্দা সাবটি ৰৈ আছে নিয়ৰ উৰালৈ৷               (২) এবাৰো নাচালা শেৱালিজোপাত ওৰেনিশা তিতি থাকিল হেমন্তৰ বিষাদ৷               (৩) বগা…

অসমত উদ্যান শস্য খেতিৰ বাণিজ্যিক সম্ভাৱনীয়তা

ড॰ মনোৰঞ্জন নেওগ * ড॰ সুদেষ্ণা বৰুৱা ** ড॰ সুকন্যা গগৈ *** উদ্যান শস্য যেনে– ফল–মূল আৰু শাক–পাচলি উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত দ্বিতীয়৷ আমাৰ দেশত ফল–মূল আৰু শাক–পাচলিৰ জনমূৰি প্ৰাচুৰ্য যথাক্ৰমে ৪০ গ্ৰামৰ পৰা ১০০ গ্ৰামলৈ আৰু ৯০ গ্ৰামৰ পৰা ৩০০ গ্ৰামলৈ বৃদ্ধি…

শিলৰ সাধু

 প্ৰতীক্ষা বৰা   উজুটিটো ঠিক এইখিনিতেই খাবলগীয়া আছিল। মাজৰাস্তাত। শিলটো আগৰে পৰা আছিলে, মই দেখিও নেদেখাৰ ভাও জুৰিলোঁ। বোলো হা দৈ আজিয়েই খাই ল, কাইলৈ বপুৰা মাজ ৰাস্তাত পৰি থাকে নে নাথাকে ঠিক নাই! সাধাৰণতে এনেকুৱা হয় যে দেখিও নেদেখাৰ…

সমাজ জীৱনত আলোকচিত্ৰৰ ভূমিকা

 সৌৰভ দুৱৰা  আমাৰ দৈনন্দিন জীৱনত আলোকচিত্ৰ (Photography) এনেদৰে জড়িত যে ইয়াৰ অবিহনে এটা দিনো অতিবাহিত নহয়। এটা সময়ত সমগ্র বিশ্ব মানৱৰ বাবে আলোকচিত্র বিষয়টো কেৱল এটা বিলাসী সামগ্ৰীহে আছিল, বিষয় নাছিল। কিন্তু বৰ্তমান ই আমাৰ জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে অঙ্গাঙ্গী…

অৰ্কৰ পৰীবন্ধু

মূল গল্পকাৰ : অমিত কুমাৰ কুণ্ড ( বাংলাদেশ) অসমীয়া ভাষান্তৰ : মিণ্টুল হাজৰিকা (লেখক পৰিচয় : ১৯৮৪ চনৰ ২৫ অক্টোবৰ তাৰিখে বাংলাদেশৰ ঝিনাইদহ জিলাৰ মহেশপুৰত জনপ্ৰিয় শিশু সাহিত্যিক অমিত কুমাৰ কুণ্ডুৰ জন্ম হৈছিল। দেউতাকৰ নাম অমল কুমাৰ কুণ্ডু আৰু মাকৰ…