তেণ্ডুলকাৰৰ কন্যাদান আৰু শগুনবোৰ
নিজৰা ৰাজকুমাৰী মাধুৰ্য্য গোস্বামী নাটক আমি কিয় চাওঁ? নাটকত আমি কি চাওঁ? এই পৃথিৱীৰেই, আমাৰ জীৱনৰেই কোনো এক অংশক মঞ্চত অধিক উজ্জ্বলকৈ দাঙি ধৰি আমি বাৰে বাৰে বাস্তৱৰ মুখামুখি হওঁ নে পলায়ন কৰো! কুৰি শতিকাৰ ভাৰতৰ অগ্ৰণী নাট্যকাৰসকলৰ ভিতৰত…