যুদ্ধ, বিধ্বস্ত শৈশৱ ইত্যাদি
লুইতজ্যোতি শৰ্মা ২০১৪ চন৷ মাহমুদ৷ খেতিয়ক য়াফাৰ কাডিৰৰ পুত্ৰ মাহমুদৰ কথা কোনোৱে শুনা নাই৷ মাহমুদৰ সপোন, দিঠক আৰু ভৱিষ্যতৰ কথাও কোনোৱে আজিলৈকে ভবা নাই৷ ইজৰাইল সীমাৰ পৰা এক মাইল দূৰত্বত গাজাৰ এক ধ্বংসপ্ৰায় অঞ্চলত নিজৰ সপোনৰ ভগ্নাৱশেষৰ মাজত বিষণ্ণতাৰ…