তুমি, অমিতাভ
মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ নামি আহিছিলা – ব্যস্ত জনপদত কোনে বাৰু তোমাক চিনি পাইছিল? নে তুমি সেই মুর্খ যুৱকৰ দৰে বিচাৰিছিলা ভুল অভিজ্ঞান? ঘাম আৰু…
মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ নামি আহিছিলা – ব্যস্ত জনপদত কোনে বাৰু তোমাক চিনি পাইছিল? নে তুমি সেই মুর্খ যুৱকৰ দৰে বিচাৰিছিলা ভুল অভিজ্ঞান? ঘাম আৰু…
মৃদুল কুমাৰ বৰ্মন জ্বলি আছোঁ অথচ ছাই হ’ব পৰা নাই পুৰণি শতিকাটোৱে সোঁৱৰাই দিয়া কথাটোকে পাগুলি পাগুলি ফু দিছোঁ মোৰ মৰি অহা বাঁহীটোত সুৰবোৰ ধোঁৱা হৈ উৰিছে মানুহ চগা নহৈ পাৰেনে সময় যেতিয়া জুই হয়…
মূল : THRESHOLD, ৰোণাল্ড বাইটান (Ronald Baytan, ফিলিপাইন) অনুবাদ : ড° ৰঞ্জিত দত্ত এটি ভয়ানক সঁচা প্ৰতিশ্ৰুতি আৰু নিৰলে বাঢ়ি অহা অনুশোচনাবোৰ বুকুত বান্ধি মই ৰৈ আছো অকলশৰে সেই আলি কেঁকুৰিতে এখন ৰিক্ত হৃদয়েৰে; আশাবোৰ এদিন জীৱনৰ এটি অভ্যাস বুলিয়েই লৈছিলোঁ ভাবিছিলোঁ–…
অত্ৰেয়ী গোস্বামী জন্ম, জন্মান্তৰ, পূৰ্বজন্ম বিশ্বাস-অবিশ্বাসৰ পেণ্ডুলামত দোলক হৈ দুলি থাকে অহৰহ৷ আকৌ এটা জনম হ’বনে? সেই জন্মত মনুষ্যৰ আকৃতি থাকিবনে? ইয়াৰ আগতেও জন্ম হৈছিল নেকি? তাই নাজানে৷ তাই জাতিস্মৰ নহয়৷ তথাপি তাই পুনৰ্জন্মৰ কথা ভাবে এইবাৰ…
হিল্লোলজ্যোতি সিংহ ৰাতিটোৱে গজালি মেলে গধূলি তুলসীতলৰ চাকিটো জ্বলি উঠাৰ সময়ত মগৰীবৰ আজানৰ সুৰটোও ভাহি আহে চোতালত ঢাৰি পাতি পোনাকণে নেওতা মতাৰ তালে তালে এখিলা দুখিলা তাৰ পাত গজে জিলিৰ মাতৰ লগে লগে লহপহীয়াকৈ বাঢ়ে কুমলীয়া দেহা দুপৰ…
ড° বুলজিৎ বুঢ়াগোহাঁই এৰ’স্পেচ ইঞ্জিনিয়াৰিং হৈছে এটা আকৰ্ষণীয় আৰু গতিশীল ক্ষেত্ৰ, য’ত বিমান, মহাকাশযান, উপগ্ৰহ, ক্ষেপণাস্ত্ৰ আৰু সংশ্লিষ্ট ব্যৱস্থাসমূহৰ ডিজাইন, উন্নয়ন, পৰীক্ষা আৰু ৰক্ষণাবেক্ষণৰ কাম অন্তৰ্ভুক্ত হৈ থাকে৷ এই শাখাই যান্ত্ৰিক, ইলেক্ট্ৰ’নিক্স, কম্পিউটাৰ আৰু সামগ্ৰীৰ অভিযান্ত্ৰিকৰ আধুনিক প্ৰযুক্তিসমূহ একত্ৰিত…
ড° সঞ্জীৱ বৰা লগ পোৱা বহু কবিৰ মাজৰ এজন তেওঁ, বহু গ্ৰন্থৰ প্ৰচ্ছদৰ ভিতৰৰে কিছু তেওঁৰ ৷ হ’লেও অনুভৱ তুলসী ছাৰ কিয় নাজানো– যেন অলপ বিশেষ৷ সংবেদনশীল, মৃদুভাষী এক ব্যক্তিত্ব৷ বহু দীঘলীয়া সময় তেওঁৰ সৈতে কাম কৰিছোঁ৷ শেহতীয়া প্ৰায় আটাইকেইখন…
(পাৰ্বতিপ্ৰসাদ-বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী অলপতে ‘ভাইমনদা’ নামৰ মুনীন বৰুৱাৰ জীৱনভিত্তিক চিনেমাখন চলি গ’ল৷ অসমীয়া চিনেমাৰসিকৰ মাজত ‘ভাইমনদা’ই যথেষ্ট চৰ্চা লাভ কৰিলে, দৰ্শকে গ্ৰহণো কৰিলে৷ পিছে বহুতৰ বাবে ‘ভাইমনদা’ কেৱল চিনেমাহলৰ পৰা ওলায়েই শেষ হৈ যোৱা এখন সাধাৰণ চিনেমা…
ৰূপাঞ্জলী নেওগ এটি বিমূৰ্ত চাৱনি, বাৰে বাৰে জুমি চাইছে পদূলিমুখলৈ বুলি নৈৰাশ্যৰ চাদৰখনিয়ে বেঢ়ি ধৰিছে তাক কেউফালৰ পৰা থৰকবৰক যে তাৰ খোজ৷ সৌ দূৰণিৰ পৰা ভাহি আহিছে এজাক চৰাইৰ কাকলি মিঠা, ভাটিয়ালিৰ মৃদু আৱাহন, কিঙ্কিণীৰ ঝংকাৰত সাৰ পাই…
অংগনা ভট্টাচাৰ্য্য তুমি তুমি বুলি খেপিয়াই-ঘুৰ্মুটিয়াই ফুৰাৰ উদাস একাদশীত এবাৰ বিষণ্ণ বতাহ এজাক বলিছিল৷ মই ক্ষন্তেক ৰৈছিলোঁ৷ চাইছিলোঁ ভাবিছিলোঁ কিছুপৰ পাছত এহাতেৰে বুকুৰ বাওঁফালে হাতখন লগাই চকুদুটা মুদি দিছিলোঁ৷ ভিতৰৰ পৰা কোনোবাই কৈছিল— “সকলো অহা-যোৱাৰ খেল৷” মই তথাপি…