অলীক চিন্তন
হেমচন্দ্ৰ কছাৰী স্তন্যপায়ী সকলো পুংলিংগৰে থাকিব লাগিছিল একোটা স্তন যেন সূৰুযৰ কিৰণ – কুঁহিপাতৰ জীৱন আহকচোন কৰোঁ, আমাৰেই কিছু ক্ষেত্ৰ পৰিদৰ্শন (হাতী তিমি বাদুলী আদি দূৰতে থাকক আজি) জীৱ এটা ভূমিস্থ কৰিয়েই নিমখ আনিবলৈ গুচি যোৱা তিৰোতাসকলৰ…