গছবোৰ নহ’লে এৰি যাম চহৰখন
উজ্জ্বল স্মৰণ দত্ত গছবোৰ নহ’লে এৰি যাম …
উজ্জ্বল স্মৰণ দত্ত গছবোৰ নহ’লে এৰি যাম …
বিকাশ গোহাঁই পথাৰবোৰ ভৰপক ৷ দোঁ খাই সোণগুটি যেন মোৰ বুকুত পৰিছে কোনো উৎসাহ নাই এইবেলি প্ৰিয় মানুহবোৰ নোহোৱা হৈ গৈছে গানৰ মধুৰ লহৰবোৰ নোহোৱা হৈ গৈছে বাঁহীৰ সুৱদি সুৰবোৰ নোহোৱা হৈ গৈছে লুইতখন বাম হৈ আহিছে৷ বালিচৰ! বালিচৰ!! আগুৱাই যাব পাৰিম…
মৃদুল শৰ্মা (উছৰ্গা ঃ গৰিমা শইকীয়া গাৰ্গ) নাহৰৰ তোৰণ ওপৰত ৰ’দৰ নৈ তাৰো ওপৰত স্বৰনক্ষত্ৰ পাতৰ ফাঁকে ফাঁকে সৰকি পৰিছে পোহৰৰ ছিটিকণি মায়া মায়াবিনী দিন নে ৰাতি এয়া হাঁহি নে কান্দোন সঙ্গীত নে উচুপনি আৰে! আৰে! শুকুলা ডাৱৰবোৰক শিয়া মেলি আৱৰি…
(৭) নৱনীতা ভট্টাচাৰ্য্য অজগৰৰ সাধুটো কৈ উঠি মাকে বনীক ক’লে, “সেইবাবে মানুহ কেতিয়াও অহংকাৰী হ’ব নালাগে৷ যিমানেই গুণ-গৰিমা, ধন-সোণ নাথাকক কিয় মানুহ সদায় বিনয়ী হ’ব লাগে৷ অহংকাৰে মানুহক লোভী কৰিও তোলে৷ কথাতে কয় নহয় – লোভেই পাপ আৰু পাপেই…
মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে অনুবাদ: নিকু দুৱৰা ( সম্পাদকীয় টোকা : ৰেইনাৰ মাৰিয়া ৰিল্কেই জাৰ্মান ভাষাত লিখা প্ৰখ্যাত গ্ৰন্থ Briefe an einen jungen Dichter (1929)-অৰ এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী অনুবাদ Letters to a Young Poet (1934)-অৰ ৰমানন্দন বৰাই কৰা অনুবাদ নবীন কবিলৈ চিঠি অন্যযুগৰ…
(পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী আকৌ জুবিন গাৰ্গ৷ এইসময়ত ‘অন্যযুগ’ৰ ধাৰাবাহিক লেখাটোত যিসমূহ চিনেমাৰ কথা লিখিব লগা হৈছে সেইসমূহত জুবিন গাৰ্গ জড়িত হৈ আছে৷ সমগ্ৰ অসমত জুবিন স্মৰণ চলি থাকোঁতে আমিও যেন এই লেখাৰে বাৰে-বাৰে জুবিনৰহে মূখামুখি হৈছোঁ৷…
পঙ্কজ প্ৰতিম বৰদলৈ গণতান্ত্ৰিক সমাজবাদৰ ধাৰণাটো বিশ্বৰ ৰাজনৈতিক পৰ্যালোচনাত এনে এক শক্তিৰ সৈতে ঘূৰি আহিছে যিটোৰ বিষয়ে দুদশকৰ আগতেও খুব কম লোকেহে ভৱিষ্যদ্বাণী কৰিছিল। এসময়ত বেছিভাগ সৰু দল বা ছাত্ৰ সংগঠনৰ এক সীমিত আদৰ্শ হিচাপে দেখা পোৱা গণতান্ত্ৰিক সমাজবাদে…
ধন দাস কবিতা লিখা নাই কথাবোৰ হুবহুকৈ যেনেকৈ দেখিছোঁ ঠিক তেনেকৈ কামটো নোহোৱালৈকে ভৰি চেলেকিছোঁ তেল পিছলা কথাৰে গছত উঠাইছোঁ পোকৰত লাগি ফুৰিছোঁ কাম শেষ সকলো শেষ তাৰ পeছত ধিন্-চেক ধিন্-চেক হেণ্ড-শ্বেক চৰিত্ৰত চেক পাছৰ কথাখিনি অহে’ সামাজিক লোক, দেখহ…
মূল : আলবেয়াৰ কে’মু ( ফ্ৰাঞ্চ, সাহিত্যৰ ন’বেল বঁটা প্ৰাপক, ১৯৫৭) অনুবাদ : ড° ৰঞ্জিত দত্ত ঘৃণাৰ মাজতে মই বিচাৰি পাইছিলোঁ মোৰ ভিতৰত লুকাই থকা অজেয় প্ৰেম। চকুৰ পানীৰ মাজতেই মই বিচাৰি পাইছিলোঁ মোৰ দুৰ্জেয় হাঁহিবোৰ। সকলো বেমেজালিৰ মাজতেই, বিচাৰি…
ডঃ প্ৰিয় দেৱ গোস্বামী মানৱ সভ্যতাৰ বিকাশত গণিতৰ ভূমিকা অতি উল্লেখযোগ্য। মানুহে কথা কবলৈ শিকাৰ পাছতেই সম্ভৱ গণিতৰ বিকাশ হৈছিল।গণিত জ্ঞানৰ প্ৰাচীনতম শাখা। প্ৰাক ঐতিহাসিক যুগৰ কিছু প্ৰমাণৰ আধাৰত ক’ব পাৰি যে লিখিত ভাষাৰ আৰম্ভণিও গণিতৰ আৰম্ভণিৰ পাছৰহে।…