Category অন্যযুগ, ফেব্ৰুৱাৰি, ২০২২

শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে ‘অন্যযুগ’ৰ কথোপকথন

ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে আকাশ দীপ্ত ঠাকুৰ ভাৰতবৰ্ষৰ বিজ্ঞান গৱেষণাগাৰৰ পিতৃপুৰুষ হিচাপে খ্যাত ড° শান্তিস্বৰূপ ভাটনাগৰৰ নামেৰে দেশৰ বিজ্ঞানী তথা গৱেষকসকলক উজ্জীৱিত কৰাৰ লক্ষ্যৰে ১৯৫৮ চনৰ পৰা বিজ্ঞানৰ সাতটা শাখাত কৰা দিকদৰ্শী গৱেষণাৰ বাবে প্ৰতি শাখাতে সৰ্বাধিক দুগৰাকীকৈ বিজ্ঞানীলৈ…

মহাকাশ বিজ্ঞানী বৰ্ণালী দাসৰ সৈতে কথোপকথন

(যোৱা বছৰত এগৰাকী অসমীয়া যুৱতীয়ে মহাকাশ সম্পৰ্কীয় গৱেষণাত লাভ কৰিছে ঈৰ্ষণীয় সাফল্য। কেইবাটাও বিৰল শ্ৰেণীৰ ৰেডিঅ’ তাৰকা বা মেইন-ছি‍কুৱেঞ্চ ৰেডিঅ’ পাল্‌ছ এমিটাৰ বা এম আৰ পি  আৱিষ্কাৰ কৰি মহাকাশ গৱেষণাৰ জগতত বৰ্তি থকা দশকজোৰা ধাৰণা সলনি কৰি নাছাৰ গৱেষণাগাৰত বিশ্বব্ৰহ্মাণ্ডৰ…

জলজ

 জ্যোতিনীলিমা গগৈ দ পুখুৰীৰ পাৰত ঔ ফুলিছিল ন পানীৰ ধাৰত ঠেও ধৰি জলকা লাগিছিল এশৰীৰ সপোন যখিনীয়ে ৰন্ধা বেলা তেনেই ৰিঙা ৰিঙা বতাহত ভিক্ষু এজন হেৰাইছিলনিষিদ্ধ দেশৰ বাতৰি লৈ ঢেঁকীঘৰৰ গুমগুমনি বনকুঁৱৰীৰ বুকুত চিৰাচিৰ ভাবনাৰ বঁকিয়াত চিতভোলোঙা দি পৰি আছিল কালিদাস  …

বিজ্ঞান সকলোৰে বাবে হয়নে?

ড° ভাৰত বৰুৱা আজিৰ যুগত বিজ্ঞান শব্দটো শুনিলে হয়তো কেইখনমান বিশেষ ছবি চকুৰ আগত ভাহি আহে। যেনে ধৰক কোনো এজন বিজ্ঞানীয়ে ধক্ ধকীয়া বগা লেবকোট পিন্ধি অনুবীক্ষণ-যন্ত্ৰৰে পৰীক্ষা কৰি আছে, এজন জ্যোৰ্তিবিদে দূৰবীক্ষণেৰে মহাকাশৰ ৰহস্য বিচাৰিছে, কৃত্ৰিম উপগ্ৰহে পৃথিৱীৰ পৰিভ্ৰমণ কৰিছে…

বুকুত এখন অৰণ্য লৈ ফুৰিছোঁ

প্রাঞ্জল কুমাৰ লাহন   বুকুত এখন অৰণ্য লৈ ফুৰিছোঁ কোনেও নেদেখাকৈ কোনেও নজনাকৈ   সেই কথা আনকি অৰণ্যৰ গান গোৱা চৰাইবোৰকো কোৱা নাই অৰণ্যৰ ৰঙ-বিৰঙী পখিলাবোৰকো কোৱা নাই অৰণ্যৰ জীৱ-জন্তু কিম্বা বিৰিখকো কোৱা নাই   মোৰ বুকুৰ অৰণ্যলৈ সোমাই আহিবলৈ…

শিপা

উদয় কুমাৰ বৰুৱা   খিৰিকীৰ সিপাৰৰ গোলাপ জোপাৰ লগত মোৰ প্ৰথম প্ৰেম মোৰ পৰা গোলাপ জোপালৈ এটা অদৃশ্য বাট   গোলাপজোপাৰ মনত এটা সপোনে শিপায় এদিন টিক টিককৈ ৰঙা হৈ ফুলিব বাটৰুৱাই ৰৈ ৰৈ চাব হাঁহি থকা ৰঙাকলি এটাই পুৰণি…

অব্যাহৃত

 প্ৰযুক্তি আৰু ন্যায়িক ব্যৱস্থাত ইয়াৰ প্ৰয়োগ ৰঞ্জুমণি মহন্ত  বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱন ধাৰণ পদ্ধতিলৈ আমূল পৰিৱৰ্তন অনাৰ লগতে আধুনিক জীৱন যাত্ৰাৰ প্ৰতিটো ক্ষেত্ৰতে ই এক এৰাব নোৱৰা অংগ হৈ পৰিছে৷   আধুনিক জীৱন যাত্ৰাত তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি বাঢ়ি অহাৰ…

নতুন ব্যঞ্জন বিচাৰি

সঞ্জীৱ সভাপণ্ডিত মানুহে কয় আৰু আমিও বহু দিনৰ পৰা শুনি আহিছোঁ যে অসমখন এখন সমস্যাজৰ্জৰ ৰাজ্য৷ কথাবোৰ এনেকৈ শুনা যায় যে সমস্যা কেৱল অসমৰহে আছে আৰু পৃথিৱীত ক’তো কাৰো আমাৰ সমান সমস্যা নাই৷ শুনি শুনি এনেকুৱা হ’লগৈ যে অসমীয়াবিলাকে এটা…

মাতৃভাষা : ইতিহাস, অসম আৰু অসমীয়া

(মাতৃভাষা দিৱস উপলক্ষে) পঙ্কজ প্ৰতিম বৰদলৈ   ৱাগৰি, কোলহাটি, গোল্লা, গিছাৰি, বাৰকু, হল্ডি, মাৱচি, মৰাণ, টাংচা, আইটন৷ পাঠকে যদি চিন্তা কৰে হয়তো গম পাব যে উক্ত শব্দবোৰ কোনো বস্তু বা জনজাতিৰ নাম নহয়৷ এইবোৰ হৈছে যোৱা আধা শতিকা বা ততোধিক সময়ত…