ৰন্ধন কলা
মৌচুমী মহন্ত আটাৰ খুৰ্মা উপকৰণ:আটা : ৫০০ গ্ৰামগুৰ : ২৫০ গ্ৰাম ৰোকা নাৰিকল: দুই টেবুল-চামুচৰিফাইন তেল নিমখ এচিকুট প্ৰণালী: আটাৰ লগত ৪ টেবুল-চামুচ তেল আৰু নিমখ দি ভালকৈ সানি ল’ব৷ এতিয়া পানীৰে আটাখিনি মাৰি কেইটামান বল বনাই বেলনাত অলপ ডাঠকৈ বেলি লৈ নিজৰ পছন্দৰ…