নগা টেঙা আৰু নগা ঘা
তাজহাৰুল হক প্রথমে সৰু গল্প এটা কৈ লওঁ। গল্প বুলিও ক’ব পাৰে বা সত্য ঘটনা হিচাপেও ধৰিব পাৰে। এয়া ১৯৫৮/৫৯ চনমানৰ ঘটনা। নগাসকল যোৰহাটলৈ প্ৰায়ে আহিছিল। তেওঁলোকে হোৰাত (পিঠিত লে ফুৰা বাঁহৰ সজা) আদা, হালধি আদি লৈ যোৰহাট চহৰখনত পিয়াপি দি ফুৰিছিল।…