Category অন্যযুগ, নৱেম্বৰ ২০২৫

ডুখৰীয়া

 নিকু দুৱৰা মই অকলে কোঠাটোত বহি আছিলোঁ মোৰ চাৰিওফালে ওপঙি আছিল কেৱল নিৰৱতাৰে ভৰি থকা কিছুমান ডোখৰাডোখৰ সময়। সময়বোৰক ভাগ কৰা হৈছে সৰু সৰু মুহূৰ্তত আৰু সেই প্রতিটো মুহূৰ্তই ভৰি আছে চাৰিওফালৰ অনেক কথকতাৰে। হয়তো কোনোবাটো মুহূৰ্ত বজাৰৰ দৰ-দামৰ আৰু…

ৰবীন্দ্ৰ আহিছিল

বিশ্বজিৎ শইকীয়া জ্বলি থকা হাতচাকিটো ফুৱাই নুমুৱাই দিছোঁ শলিতাডাল টুকি টুকি টপালি খাইছোঁ কেৰাচিন গাৰ কামিজটো খুলি বান্ধি লৈছোঁ কঁকালত  আৰু খাওঁ খাওঁ কৈ আগবাঢ়ি অহা যাত্ৰীবাহী ৰে’লখনক বুকুৰ এটুকুৰা দি পঠিয়াইছোঁ এবাটি এচিডত সোলকাই থৈছোঁ কান্দি থকা এহালি চকু…

ফিবোনাচ্চি : ব্ৰহ্মাণ্ডৰ গোপন মন্ত্র

গাৰ্গী ভূঞা   আদিতে আছিল শূন্য, শূন্যৰ বুকুতে জন্ম হ’ল এক, একৰ পাছত আকৌ এক…   সৃষ্টিয়ে নিজৰে পুনৰাবৃত্তিত নিজকে পুনৰ গঢ়িছে অদৃশ্য মঠৰ মহাৰহস্যত।   প্ৰতিটো সংখ্যাৰ একেই নিশ্বাস, বান্ধ খাই থাকে অজান জপমালাৰ দানাত,   একেডাল মালতে বান্ধ…

ডাঙৰি ৰণাঙ্গনত মধ্যযুগৰ অসমৰ কৃষক প্ৰজাৰ শেষ প্ৰতিৰোধ

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া   মধ্যযুগৰ অসমৰ সকলোতকৈ গুৰুত্বপূর্ণ সংঘটন হ’ল মোৱামৰীয়া বিদ্ৰোহ৷ অসমৰ ৰাজনৈতিক আৰু সমাজৰ জীৱনৰ অতি জটিল এই সন্ধিক্ষণটোত সমগ্ৰ আহোম ৰাজ্য হৈ পৰিছিল এখন যুদ্ধক্ষেত্ৰ৷ ৰজাঘৰীয়া আৰু প্ৰজাঘৰীয়াসকলৰ মাজৰ এই ৰক্তক্ষয়ী যুদ্ধবোৰৰ ভিতৰত এখন অতি নির্ণায়ক…

পানী হিলৈ

 গোৱিন কুমাৰ খাউণ্ড ( পাঁচ) পুৱাৰে পৰা জৰিগুৰিত উখল-মাখল পৰিৱেশ। কাৰণটো আন একো নহয়, এখন মদৰ দোকান। কথাটো হিমানীয়ে পুৱাই কৈছিল যদিও মিলিটেৰীৰ সমুলি গাত লগা নাছিল।  মনে মনে ভাবিছিল কিছুমান কথাৰ পৰা আঁতৰি থকাই ভাল। অনাহক কথাই মানুহৰ জীৱনটো…