Category অন্যযুগ, নৱেম্বৰ ২০২৫

জীৱন যাপন

 মূলঃ হুমায়ূন আহমেদ অনুবাদঃ ড° জোনালী পাটোৱাৰী বৰা   মোৰ ভিনিহিজন কিবা “খবিশ” ধৰণৰ মানুহ। “খবিশ” শব্দটোৰ অৰ্থ মই সঠিককৈ নাজানো।নিশ্চয় কিবা কুৎসিত জন্তু বা জানোৱাৰ। নাইবা অইন কিবাও হ’ব পাৰে। এই গালিটো মই শিকিছিলো মোৰ আইতাৰ পৰা। কাৰোবাৰ ওপৰত খুব…

মগজুৰ অপতৃণ

  নাতিশীতোষ্ণ জলবায়ুৰ ঠাই হিচাপে অসমৰ সৰ্বত্ৰ সকলো সময়তে অনেক গছ-বন গজে৷ এনে গছ-বনবোৰৰ বহুত সুকাঠী বা ফলৱতী আৰু আন কিছুমান আওকাঠী তথা অপতৃণ৷ গছ-বন প্ৰাকৃতিকভাৱেই গজে, নিজৰ সুবিধা অনুসৰি৷ মানুহৰ সুবিধাজনক কোন ঠাইত  গজিব লাগে গছে নাজানে৷ আচলতে পৃথিৱীৰ…

জুবিন

 যশোৱন্ত নিপুণ   ইমান যে দি গ’লা ইমান যে শূন্য হ’লা তুমি কি পালা, দুহাতত মাথোঁ বেথা খালি জেপ তোমাৰ আৰু এটা ফটা চোলা।   ইমান পাতল হ’লা চিলা হৈ মেঘলৈ উৰিলা ধুমুহাত ছিগি গ’ল সূতা, সাবটি ৰাখিব কোনে মাটিৰ…

ড০ ভূপেন হাজৰিকাৰ গীতত প্ৰেম আৰু প্ৰকৃতি : এটি অৱলোকন

কংকণ বৰা     “সংগীত ফল্গুৰ দৰে, জ্যোতিৰ লহৰ, শব্দ-যন্ত্র ইত্যাদি৷” এটা সময়ত ৰাধিকাৰাম ঢেকীয়াল ফুকনে ‘ঔপপত্তিক আৰু ক্রিয়াসিদ্ধ তৌযত্রিক’ সংগীত সাধনাৰ বাবে অসমীয়াসকললৈ আহ্বান জনাইছিল৷ সংগীতক নৱৰসৰ শ্ৰেষ্ঠতম কলা মাধ্যম বুলি তেওঁ গ্রহণ কৰিছে৷ ভূপেন হাজৰিকাৰ বেলিকাও ই ব্যতিক্রম…

শিল্পকলা : ব্যৱহাৰিক দিশ আৰু ৰুচিবোধৰ বিৱৰ্তন

  দেৱকৃষ্ণ বৰুৱা     হাজাৰ হাজাৰ বছৰ ধৰি শিল্পকলাই মানুহক মুগ্ধ কৰি অহাৰ লগতে মানুহক সৌন্দৰ্যপ্ৰিয় প্ৰাণী হিচাপে, চিন্তাশীল, আৱেগ-অনুভূতিশীল প্ৰাণী হিচাপে বা মানুহ আন প্ৰাণীতকৈ পৃথক প্ৰাণী হিচাপে প্ৰতিষ্ঠা কৰি আহিছে৷ মানুহবিশেষে নন্দনতাত্ত্বিক বোধৰ ক্ষেত্ৰত ভেদ থাকিব পাৰে;…

ন্যায়!

 ৰৌচন আলি হঠাৎ আদালতৰ কাঠগড়াত ‘আইন’ আৰু ‘ন্যায়’ক হাজিৰ কৰোৱা হ’ল সন্মুখত এদল মানুহৰ মাজত  দুৰ্বাদল কাজিয়া  এটি মৃতদেহক লৈ টনা-আঁজোৰা বিচাৰপতিয়ে  আৰম্ভ কৰিলে বিচাৰ বিচাৰৰ আৰম্ভণিতেই বিচাৰপতিয়ে ‘ন্যায়’ক প্ৰশ্ন কৰিলে- মৃতদেহটোৰ মৃত্যুৰ পূৰ্বে ‘ন্যায়’ ক’ত আছিল? মৃত্যুৰ সময়ত ‘ন্যায়’…

আমি গডোলৈ ৰৈ নাছিলোঁ

 ধীমান বৰ্মন   (কবি-ভাতৃ “প্ৰাঞ্জল তালুকদাৰৰ” হাতত)   ধেমালিতে আন এগৰাকী মাতৃৰ ভাইটোৱে ক’লে   আপোনাৰ কাষেৰেই পাৰ হৈ গ’ল স্বগৌৰৱে উজলি উঠা ভাষণ-বীৰ দিনৰ পোহৰত যি মহান   ইমান ভিৰতো যিজনে খুন্দিয়াই থৈ গ’ল তেৱেঁই বাতৰিতকৈ আগতে বাতৰি ধৰা…

কিম্বদন্তি শিল্পী, তুমি সংগীতৰ পৃথিৱীৰ প্ৰথমজন ঈশ্বৰ

 ৰুদ্ৰ সিংহ মটক   বুকুৰ ভিতৰত ঘননীলা শোকৰ বৃহৎ কলচী এটা বৈ ফুৰা লাখ লাখ মানুহৰ শেষ নোহোৱা উচুপনিবোৰত তোমাক আমি  দেখা পালোঁ , দেখা পালে নক্ষত্ৰমণ্ডলী আৰু মোৰ পৃথিৱীৰ  কোটি কোটি  মানুহে   জুবিন ! আমি জানো যিসকল তোমাৰ…

শিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমাৰ এক চমু আলোকপাত

 ৱাহিদ আহমেদ   জুবিন গাৰ্গ আছিল এজন প্ৰখ্যাত ভাৰতীয় সংগীতজ্ঞ, গায়ক, সুৰকাৰ, গীতিকাৰ, বাদ্যযন্ত্ৰবাদক, অভিনেতা, পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা, কবি, আৰু দানবীৰ হিচাপে পৰিচিত৷ ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰা তেখেতৰ নাম আছিল বিখ্যাত সুৰকাৰ জুবিন মেহতাৰ নামেৰে৷  পিছত…