ৰূপান্তৰৰ দস্তাবেজ
ৰুমী লস্কৰ বৰা পথটো নিঃসাৰ৷ এনেয়ে হ’লে আজিকালি গাঁৱৰ ভিতৰৰ পথো বিভিন্ন মডেলৰ বাইক, গাড়ীয়ে সৰব কৰি ৰাখে৷ মাজে মাজে পুলিচৰ একোখন গাড়ী৷ তাই গাঁৱৰ ভিতৰৰ ৰাজপথ পাৰ হৈ নৈখনৰ পাৰ পালেহি৷ নৈখনো স্থবিৰ৷ একালত তাই এই নৈখনত সমনীয়াৰ সৈতে…
ৰুমী লস্কৰ বৰা পথটো নিঃসাৰ৷ এনেয়ে হ’লে আজিকালি গাঁৱৰ ভিতৰৰ পথো বিভিন্ন মডেলৰ বাইক, গাড়ীয়ে সৰব কৰি ৰাখে৷ মাজে মাজে পুলিচৰ একোখন গাড়ী৷ তাই গাঁৱৰ ভিতৰৰ ৰাজপথ পাৰ হৈ নৈখনৰ পাৰ পালেহি৷ নৈখনো স্থবিৰ৷ একালত তাই এই নৈখনত সমনীয়াৰ সৈতে…
গীতাঞ্জলি বৰকটকী পৃথিৱীখন এটা ছিষ্টেমতে ঘূৰি আছে ছিষ্টেমৰ কক্ষপথত তৰপে তৰপে মামৰৰ চামনি ধনেই ধৰ্মৰ মূল, নহ’লেই যায় জাতি-কুল… ছিষ্টেমত লিখা আছে পৰ্বতৰ গুহাৰ পৰা মহাকাশত বিচৰণ তথাপি ছিষ্টেমৰ কক্ষপথত বহুতো কৃষ্ণগহ্বৰ পুতিব নোৱাৰি ভাৰ্ছুৱেল পৃথিৱীৰ দুৱাৰ খোল খায় দাতা অনত অন্যথাই…
ৰচনা পাঠক কাহানিও কাকো তই তেহেলে যা নোবোলা বৰনৈৰ বুকুত হঠাতে কাৰ কাৰ মাত পানীয়ে গিলিলে কেইজনী নিমাতী মাকৰ চকুপানী নেদেখিলে কোনেও কাৰ কাৰ উকি উৰি গ’ল ইথাৰত কোন বীৰৰ কিৰিলিত জমি উঠিল মৃত্যুৰ উৎসৱ লোহাৰ জাহাজো ভাগে। এইখনতো পঁচা…
ৰুদ্ৰ সিংহ মটক জন অৰণ্য জন অৰণ্য উশাহ লোৱা টান উশাহ সলোৱাও টানভয়-অবিশ্বাস-ধৰ্ষণ, ক’লা দিন ক’লা ৰাতি প্ৰায়ে ফাদিল নোহোৱাকৈয়ে থাকি যায় ৰাতিৰ সাধু বগাঘোঁৰাৰ পিঠিত বুঢ়া ডাঙৰীয়া অসম্ভৱ অসম্ভৱ অসহায় বনকৰা নাৰী, কাৰ আগত ৰটে বদনাম মালিক মহানগৰৰ নাম কৰা উকীল কোম্পানীৰ অভিযন্তা…
আবেদুৰ ৰহমান কথা কৈ থকাটোৱেই জীৱন! যদিওবা নক’বলগীয়া কথা কৈয়েকালাতিপাত কৰোঁক’বগীয়াবোৰহে ক’ব নোৱাৰোঁভয়, জানোচা জীৱনেই হেৰায় ক’বলগীয়া কথাবোৰ লুকুৱাই থ’ওঁসাজোঁ এখন কাৰাগাৰক’বলগীয়া কথাবোৰ নিক্ষেপ কৰোঁ কাৰাগাৰতকাৰাগাৰৰ চৌপাশে পহৰা দিওঁযাতে ভুলতেও জিভালৈ পিছলি নাহেক’বলগীয়া কথাবোৰ ক’বলগীয়া কথাবোৰ কাৰাগাৰত থওঁ বাবেক’বলগীয়া হয় বহু নক’বলগীয়া কথাকেতিয়াবা…
দিগন্ত ওজা অসমৰ বিজ্ঞানক্ষেত্ৰলৈ যোৱা দেওবাৰে (২৬ ছেপ্টেম্বৰ, ২০২১) দুপৰীয়া আহিল এটা অতি ভাল লগা খবৰ৷ গোলাঘাটৰ জোনাকী নগৰত ওপজা আৰু যোৰহাটৰ NEIST অৰ্থাৎ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (পূৰ্বৰ আঞ্চলিক বিজ্ঞান গৱেষণাগাৰ- RRL) জ্যেষ্ঠ বিজ্ঞানী ড° বিনয়…
ড০ দীপমণি দাস মাটিৰ গোন্ধ থকা আৰু সামাজিক বাৰ্তা থকা সাহিত্যৰ প্ৰতি পাঠকৰ অনুৰাগ স্থায়ী হয়। ছেপ্টেম্বৰ মাহৰ ‘সাতসৰী’ত প্ৰকাশিত ‘ধানমালিতা বনমালিতা’ তেনে এটা গল্প। গল্পকাৰ অৰূপ কুমাৰ নাথ সাম্প্ৰতিক কালৰ ছিৰিয়াছ অসমীয়া গল্পকাৰসকলৰ ভিতৰত এজন। অসমীয়া লোকজীৱনৰ, কৃষিজীৱি মানুহৰ আত্মা…
ড০ মৰমী বৰঠাকুৰ তালুকদাৰ পূজা–পাৰ্ৱণ আমাৰ সমাজৰ এক এৰাব নোৱৰা বিষয়৷ সকলো ধৰ্মৰ মানুহৰ মাজত নিজা নিজা বৈশিষ্ট্যৰে স্বকীয় পূজা বিধি থাকে; থাকে তাৰ লগত সংগতি ৰাখি সাজযোৰৰো বিধি৷ লোকজীৱন জড়িত এই লোকসংস্কৃতি আৰু পৰম্পৰাবোৰৰ গুৰুত্ব আমি জানো নুই কৰিব…
ৰশ্মিৰীয়া গগৈ যোৱা এসপ্তাহে আমি ইয়াতেই বহি আছোঁ য’ত সমানে ছাঁ আৰু পোহৰ সমান ভূত আৰু ভৱিষ্যতৰ ওজন তুমি কৈছা – নক্ষত্ৰ মৰিলে আকৌ ওপজে কৃষ্ণ গহ্বৰৰ ক’লাতো থাকে নতুনৰ দুৱাৰ জোনাকীজাকক সপ্তাহ ধৰি বিচাৰি পোৱা নাই সুদীৰ্ঘ…
পঙ্কজ প্ৰতিম বৰদলৈ যোৱা প্ৰায় এক দশকৰো অধিক সময় ৰাষ্ট্ৰীয়–আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ দেশ ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াসৰ বিষয়ে এক সৰৱ আলোচনা চলি আহিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো কাৰ্যকালত, এই দিশটোৱে বিজেপি চৰকাৰৰ বিভিন্ন কাৰ্যসূচীতো গুৰুত্ব লাভ কৰিছে…