চাৰি প্ৰহৰৰ মালিতা
প্ৰশান্ত মিশ্ৰ বেলি চোৱা বেলিকা চকুপতাত নিয়ৰৰ কণাবোৰ গোট মাৰিছিল জাৰ লাগিছিল চকুত লানিকৈ ৰোৱা সেউজীয়াৰ মাজত শিৰীষৰ পাত সৰকি নামি আহিছিল বেলিটো আৰু চকুপতাৰ বৰফত বিচ্ছুৰিত পোহৰৰ প্ৰতিফলন হাওঁফাওঁৰ ভিতৰলৈ দীঘল উশাহত হাতৰ মুদ্ৰাত বুদ্ধ শোক নাই আনন্দৰ আকুতিও…