প্ৰসংগ : অনুবাদৰ সমস্যা আৰু সম্ভাৱনা
ড° বিৰিঞ্চি কুমাৰ দাস অনুবাদৰ বিষয়ে কিবা লিখিবলৈ গৈ প্ৰথমেই এটা ঘটনা মোৰ মনলৈ আহিছে। বহু বছৰ আগতে এজন ছাত্ৰই গেব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেজৰ এটা গল্প অসমীয়ালৈ অনুবাদ কৰি তেওঁ পঢ়া মহাবিদ্যালয়খনৰ আলোচনীত দিলে। দিয়াৰ আগতে মোক তেওঁ অনুবাদ গল্পটো এবাৰ চাবলৈ দিছিল।…