দুখ আৰু সুখ
মূল: য়েহুদা আমিখাই অনুবাদ: অনুভৱ তুলসী দুখ আৰু সুখ যেন পানী গোটা আৰু গেছীয় দুখ আৰু সুখ একেটি পদাৰ্থৰ ইপিঠি আৰু সিপিঠি প্ৰেম আৰু অপ্ৰেম এটি গোলাপ পাহিত যাৰ দুই বিস্ময় বৰণ মালীৰ মহীয়সী কীৰ্তি এয়া নাম…
মূল: য়েহুদা আমিখাই অনুবাদ: অনুভৱ তুলসী দুখ আৰু সুখ যেন পানী গোটা আৰু গেছীয় দুখ আৰু সুখ একেটি পদাৰ্থৰ ইপিঠি আৰু সিপিঠি প্ৰেম আৰু অপ্ৰেম এটি গোলাপ পাহিত যাৰ দুই বিস্ময় বৰণ মালীৰ মহীয়সী কীৰ্তি এয়া নাম…
নৱনীতা ভট্টাচাৰ্য্য “সমাজখন যিবোৰ নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হয় সেইবোৰৰ মূল উৎস হ’ল ঘৰখন৷ বিধি বা নিয়ম হ’ল ঘৰখনৰ প্ৰতিফলন৷ ঘৰুৱা জীৱনত সৰুতে ল’ৰা-ছোৱালীৰ মনত সিঁচি দিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ কথা কিছুমানেই পিচত বৃহত্তৰ জগতখনত ব্যাপ্ত হয় আৰু ৰাজহুৱা মতামতৰ স্থান…
অংগনা ভট্টাচাৰ্য্য আজি দেওবাৰ৷ পঢ়াশালি বন্ধ৷ তথাপি ৰিংপ’ৰ মনটো বেয়া৷ পুৱাৰ পৰাই তাই আমন-জিমনকৈ আছে৷ পঢ়া-শুনাতো মনোযোগ দিয়া নাই৷ তৃতীয় শ্ৰেণীত পঢ়িলেও ৰিংপ’ বৰ দায়িত্বশীল৷ সময়মতে পঢ়াশালিলৈ যাবলৈ, পুৱা-সন্ধিয়া পঢ়া-মেজত বহিবলৈ আজিকালি তাইক ক’ব নালাগে৷ আমতেৰেং কিছু সময়ৰ কাৰণে…
গীতিমণি গোস্বামী (বৰঠাকুৰ) বৰষুণে এৰি যোৱা নিশাহবোৰ তেতিয়া বননিত৷ গছৰ পৰা বৰষুণৰ শব্দবোৰে, বন্ধ নোহোৱা ভেকুলীৰ টোৰটোৰণি, নিশাচৰ কীট-পতংগৰ অনৰ্গল শব্দবোৰে কজলা ৰাতিটোক আৰু গাঢ় কৰি তুলিছিল৷ ফেৰফেৰীয়া বতাহ এজাকো বলিছিল৷ বিজুলীবাতিৰ সংযোগ কাট খাই এন্ধাৰবোৰে যেন অঞ্চলটোক মেৰিয়াই ধৰিছিল৷ টিপচাকিৰ…
মুনীন্দ্ৰ মহন্ত বেলগছজোপাৰ পাত কাকিনি তামোলৰ গা মাটিৰ গোন্ধ পিন্ধিছিল সকলোৱে বৰষুণৰ কাপোৰ শেৱালিজোপাত ফুল নাছিল জলফাই গছতো নাছিল ফুল হৈ ফুলিছিল বৰষুণ দুয়োজোপা গছত বৰষুণৰ কাপোৰৰ আমেজত মানুহবোৰে ঢাকিছিল লাজ তিয়াই দে মন ঢাকি…
জ্যোতিনীলিমা গগৈ প্ৰতিনিয়ত এই যাত্ৰা পশ্চিমৰ হাবি ভাঙি হাবিয়লীয়া চৰাই এটাই বাট ভেটি সোধে – মনত পৰেনে এই অনন্ত নীৰৱতাৰ ঠিক আগে আগে শেষবাৰৰ বাবে বসন্তৰ গান কেতিয়া গুণগুণাইছিলা … কাৰ সতে সৰি পৰা এজাৰৰ ফুলবোৰ আঁচল পাতি ধৰিছিলা…
পল্লৱী মহন্ত অতবছৰে তাই আছিল এটা ছাঁ। ছাঁটোৰ পৰা ওলাই আহিবলৈ তাইক প্রয়োজনতকৈ অধিক সময় লাগিল। তেতিয়ালৈ তাই মাহেকৰ মূৰত তিনিদিনীয়া যন্ত্ৰণাটোৰ পৰা মুক্তি পাইছিল। মাকৰ সেই যন্ত্ৰণাটো তেতিয়া জীয়েকলৈ বাগৰিছিল । জীয়েকলৈ তাই…
স্মৃতিৰেখা দেৱী : তোমাৰ নাম তেনেহ’লে বাটলু? বৰ ধুনীয়া নাম৷ মোৰ নাম ইপ্পি, এওঁ হিং, তেওঁৰ নাম য়াকিছ আৰু তোমাৰ পিছফালে থকাজনৰ নাম ছিংকা৷ অচিন প্ৰাণীটোৱে হাঁহি হাঁহি কোৱা কথা শুনি বাটলুৱে পিছফালে ঘূৰি চালে৷ সেইটো প্ৰাণীয়েও তাৰ ফালে…
ধৰে নে জনম কেৱে এই মৰতত শিলাময় কৰি তাৰ হিয়া? এয়ে মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া? নিজৰ দেশখনক আমি সকলোৱে ভাল পাওঁ৷ আনহে নালাগে দেশ মানেনো কি, এই ধাৰণা নোহোৱাজনেও নিজৰ দেশখনক ভাল পায়…
ছালমা জামান ( মোৰ মৃত্যু কামনা কৰাসকললৈ ) তীব্ৰ ভয়ত আন্ধাৰ গভীৰলৈ নামে পোহৰে নোসোধে আন্ধাৰত যি দেখোঁ বিদ্ৰুপৰ সুৰত উদ্বেলিত আকাশ পৃথিৱী এটা নষ্ট অতিশব্দ বুলড’জাৰেৰে ভাঙে পৰুৱাৰ বাহ মোৰ পৰা তোমালৈ যিমান দূৰত্ব মোৰ পৰা মোলৈও…