পদ্যৰে যোগ নেওতা
অনসূয়া বৰঠাকুৰ ১ + ১ = ২ (একে একে দুই) আপডাল কৰিছানে গছপুলি ৰুই? ১ + ২ = ৩ (একে দুয়ে তিনি) ৰামানুজনকনো কোনে নাপায় চিনি! ১ + ৩ =…
অনসূয়া বৰঠাকুৰ ১ + ১ = ২ (একে একে দুই) আপডাল কৰিছানে গছপুলি ৰুই? ১ + ২ = ৩ (একে দুয়ে তিনি) ৰামানুজনকনো কোনে নাপায় চিনি! ১ + ৩ =…
নীলিম কুমাৰ নীলমণি ফুকন শোৱা নাই নীলমণি ফুকন শুব নোৱাৰে তেওঁ নোশোৱে তেওঁৰ টোপনি নাহে তেওঁ জাগৰণ দুচকু মেলি আছে তেওঁ ৰাতিৰ তৰাবোৰে তেওঁৰ চকুৰ পোহৰৰ স’তে ফেৰ মাৰিছে৷ নীলমণি ফুকন শোৱা নাই কাৰণে পৃথিৱী নৃত্যৰতা নীলমণি ফুকনে শোৱা…
আলোকচিত্ৰশিল্পী : মৃদুপৱন হাজৰিকা Depth of life Difference Stay focused Struggle for life I wish I could
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগ বঢ়াইছোঁ অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ সমৃদ্ধ ৰাগ শইকীয়াই অঁকা ছবি
ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ: কুমুদ ঘোষ (সমকালীন বাঙালী প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম অধ্যাপক তপোধীৰ ভট্টাচাৰ্য৷ দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢোৱা অধ্যাপক ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ গ্ৰহণ কৰে৷ দেশ-বিদেশত কবি…
পংকজ গোবিন্দ মেধি নিদ্ৰামগ্ন ৰাতি এটাই দেও পাহাৰত পৃষ্ঠা লুটিয়াইছিল নে সন্ধিয়াৰ ঢিমিক ঢামাক চাকিৰ পোহৰে আজাৰাৰ হাটত ঢেঁকীয়া বেচিছিল আমি য’ত আছিলোঁ তাতেই আমাক তিলফুলৰ বাগিচা এখনে হাত বাউল দি মাতিছিল আমি কপৌৰ ৰুণৰ লগত…
জ্যোতিনীলিমা গগৈ বতাহত এক আৰণ্যক মায়া আছিল পথৰুৱা বেলিয়ে জুই দি নৈখনিক জোকাই থকাৰ পৰত হেমন্তৰ নিৰ্জনতাই তেওঁক মৃত্যুৰ বাবে প্ৰৰোচিত কৰিছিল মধুৰতম এক মৃত্যু আৱাহন এটা শব্দৰো যে ইমান শকতি পানীৰ গভীৰলৈ এটা বাট সাজিব পাৰে কোনো…
( নীলমণি ফুকন ছাৰৰ জ্ঞানপীঠ প্ৰাপ্তিত) গায়ত্ৰী দেৱী বৰঠাকুৰ বাখ্যেয় পংক্তি– নদীবোৰ শুকাই যোৱাৰ আগতে প্ৰসংগ– নদীবোৰ শুকাই যোৱাৰ আগতে ব’লা আমি এপলক জী আঁহোঁ পাহাৰৰ হৰিৎ* বুকুত সংগতি– সভ্যতাৰ শুকান বালিত অশ্বাৰোহী সৈনিক এজনে তেজে- তুমৰলি…
ঋষভ নাথ তেওঁৰ ফুলনি খামুচি উঠিছিল বেলি হালধীয়া পাতবোৰ লৰি চৰি ছাঁত বতাহ সৰিছিল একেথৰে চাই তেতিয়াই তেওঁৰ নামত তুলিলোঁ এমুঠিকৈ মাটি কচুপাতৰ পানীৰে চকু পখালি আমি পাতিলোঁ এখন আকাশ উৰি উৰি ঘূৰি বনগীতৰ দৰে ৰিণি ৰিণি পালোঁহি…
ভাস্কৰ জে নাথ ইয়াত হালধীয়া ফুলিছে কবি গঘৰ হাতখন বুলি ভুল কৰিছোঁ ইমান হালধীয়া যে কালি সপোনতো হালধীয়াকে ৰুলোঁ হালধীয়া হাত দুখনেৰে হালধীয়া খবৰ এটা পঢি থাকোঁতে হালধীয়া চৰাই এটাই মোৰ বুকুৰ কামিহাড়ত হাহাকাৰ কৰি খুটিছে টং টঙকৈ…