sdblogs2011

sdblogs2011

হোৱাটছ গয়িং অন

 ৰিপুঞ্জয় বৰুৱা ঋমন    হোৱাটছ গয়িং অন ?   ঢেৰ কিবাকিবি ।   দ্যা কাশ্মীৰ ফাইলছ-গংগুবাই কুঠিয়াবাড়ী   ৰিলায়েঞ্চ বনাম চৰ-কাৰী চা-কৰি   গৰু গা-হৰি   নেমু পুৰাণ    যৌন চেতনা যৌন যাতনা গৰ্ভপাত ৰক্তপাত ৰক্তচাপ   চুপাৰথিন কণ্ডম । …

গুগল অনুবাদকত অসমীয়া ভাৰ্চুৱেল কী-ব’ৰ্ড : এক চিন্তনীয় দিশ

 ড॰ ভাস্কৰজ্যোতি শৰ্মা ড॰ গুণদীপ চেতিয়া          ভাষা-প্ৰযুক্তিৰ জগতখনত প্ৰতিটো দিশেই অতি সূক্ষ্মভাৱে বিচাৰ-বিশ্লেষণ কৰি নাচালে বহু সময়ত আমাৰ চকুৰ সন্মুখতে বহু আঁসোৱাহ অথবা সমস্যা ৰৈ যায় আৰু ইতিহাস সাক্ষী যে এই আঁসোৱাহ অথবা সমস্যাসমূহ আৰম্ভণিতেই সমাধানৰ ব্যৱস্থা নকৰিলে…

ছাঁ তেজৰ দৰে

বৰ্ণালী বড়া   ছাঁটোৱে কথা নকয় ছাঁটোৱে উশাহ নলয় ছাঁটোৱে গানো নাগায় মাথোঁ মোক অনুকৰণ কৰে প্ৰতিটো ক্ষণতে ছাঁটোৱে মোৰ পিছ নেৰে মই য’লৈকে যাওঁ মোৰ লগে লগে ত’লৈকে যায় মোৰ ছাঁ মোৰ একান্ত অনুচৰ এখন নিৰ্বাক ছবিৰ দৰে ছাঁটোৱে…

শিপা

উদয় কুমাৰ বৰুৱা   খিৰিকীৰ সিপাৰৰ গোলাপজোপাৰ লগত মোৰ প্ৰথম প্ৰেম মোৰ পৰা গোলাপজোপালৈ এটা অদৃশ্য বাট   গোলাপজোপাৰ মনত এটা সপোনে শিপায় এদিন টিক টিককৈ ৰঙা হৈ ফুলিব বাটৰুৱাই ৰৈ ৰৈ চাব হাঁহি থকা ৰঙা কলি এটাই পুৰণি কোটৰ…

হাত

 জয়ন্ত দত্ত   পানীত থাকিও পানীলৈ পানী ছটিয়াইছিলে হাতখনে  আৰু দহৰ ঘেকেটনিত ডিঙিলৈকে পোত খাইছিল   এদিন হাতখন নোহোৱা হ‘ল একো উৱাদিহ নাই…   আৰু এদিন টি. ভি.-ত দেখি আচৰিত পানীত থকা হাতখন দেখোন পাৰত পাথৰ দলিয়াই আছে আইনাৰ ঘৰবোৰলৈ…

শ্মশানত গজি উঠা তপোবন

 পৰিস্মিতা বৰদলৈ   ‘মৃত সপোনবোৰৰ মৰিশালি এখন বুকুত কঢ়িয়ায়ো মানুহে জীয়া বাস্তৱ এটা সহি যাব পাৰে৷ দগ্ধ সপোনৰ ছাইবোৰেৰে অৱশিষ্ট জীৱনটোক মাজি মাজি চিকচিকিয়া কৰি তোলাটোও কি ৰেহালগা কথা!’ মই যেতিয়া তাইক প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ, তাইৰ চকুত এহেজাৰ জোনাকী…

কেটেপা লৈ ঘূৰি ফুৰা ল’ৰাটো

 মূল: ভীষ্ম চাহনীৰ “The boy with a catapult” অনুবাদ : বিদিশা দত্ত   আমাৰ শ্ৰেণীত ভাল-বেয়া অসংখ্য ল’ৰা আছিল। তাৰ মাজত বোধৰাজ আটাইতকৈ কুখ্যাত আছিল। প্ৰায় সকলো ল’ৰাই তালৈ বৰ ভয় কৰিছিল। সি যদি কাৰোবাৰ বাহুত চিকুট এটা মাৰি দিয়ে,…

অপ্ট’মেট্রি (Optometry)

 ড° বুলজিৎ বুঢ়াগোহাঁই   অপ্ট’মেট্রি (Optometry) পাঠ্যক্রমত মানৱ দেহৰ অন্যতম অংগ চকুৰ গঠন আৰু কাৰ্যপদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। অপ্ট’মেট্রি পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। অপ্ট’মেট্রিষ্টসকলে চকুৰ বিভিন্ন ধৰণৰ ৰোগ নিৰ্ধাৰণৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰে আৰু চকুৰ বাবে আৱশ্যক হোৱা…

চৰাই চিনো আহক – ৩

 হেমন্ত গগৈ অসমীয়া নাম : ম’ৰা চৰাই ইংৰাজী নাম : Indian Peafowl/Common Peafowl বৈজ্ঞানিক নাম : Nycticebus bengalensis সংৰক্ষণ স্থিতি : নূন্যতম চিন্তনীয় (Least Concern)    ম’ৰা চৰাই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰাই। এইবিধ চৰাই কেৱল ভাৰতীয় উপ-মহাদেশতহে পোৱা যায়। আকাৰত ডাঙৰ…

দাহালথুংগ্ৰি: এখন মননশীল উপন্যাস

 ড° পোনা মহন্ত   ‘দাহালথুংগ্ৰি’ – অসমৰ অন্যতম ভূমিপুত্ৰ বড়োসকলৰ মাজত অতীজৰে পৰা চলি অহা এক বিশেষ লোকনৃত্য৷ খেৰাই পূজাত জনগোষ্ঠীটোৰ প্ৰধান উপাস্য বাথৌ দেৱতাৰ সন্তুষ্টিৰ অৰ্থে দেৱতাগৰাকীৰ থাপনাৰ চাৰিওফালে ঢাল-তৰোৱাল লৈ এই নৃত্য পৰিৱেশন কৰা হয়৷ যিহেতু আক্ৰমণ বা…