সপোনপুৰত জোনাক
উচ্চজিৎ দশগিৰি সপোনপুৰত এদিন জোনাক নামিছিল; আমাৰ স্বৰ্গৰ দুৱাৰত জ্বলিছিল আকাশ-বন্তি। আমি চাবলৈ নাপালোঁ, আমি তেতিয়া ব্যস্ত আছিলোঁ জীৱিকাৰ মৃত নগৰীত। আমাৰ আকাশ বিষাদে ঢাকি আছিল, আমাৰ চকুত নাছিল সপোন দেখাৰ হাবিয়াস। আমি এক অজান ভয়ত পলাই ফুৰিছিলোঁ…