এজন পেছাদাৰী শিল্পীৰ কৰ্ম-দৰ্শন আৰু চিন্তালানি
জীৱন কিশোৰ (১) ভি, কে, বাসুদেৱন এজন তেনেই সহজ-সৰল লোক । তেওঁৰ অজস্ৰ অনুৰাগীৰ মাজত এই অভিধাৰেই তেওঁ পৰিচিত। এদিন ৰাতি শোৱাপাটীত পৰি তেওঁ পুৰণি লগৰীয়া বাসৱ আৰু দেবুৰ গোটেই জীৱনটোৰ বিষয়ে ভাবিবলৈ ল’লে। সিহঁতৰ বিষয়ে তেওঁ যিমানখিনি কথা জানে,…