sdblogs2011

sdblogs2011

কবিতা জিজ্ঞাসা

অনুভৱ তুলসী ১. শিমলু কল ফাটি তুলা উৰাৰ সেই তূৰীয় লগন কবিয়েহে ধৰিব পাৰিব।  কবিতা বিষণ্ণতাৰ জেউতি, জালি কাটি আহে কবিৰ হৃদয়লৈ। এটা ধানপাতৰ পৰা আন এটালৈ ফৰিঙৰ জাঁপ। স্মৃতিত পোত গৈ থকা উঁইচিৰিঙাৰ সুহুৰি আজিকালি সঘনে ব্যৱহৃত হোৱা উচ্চ…

এটা উত্তৰ আধুনিক প্ৰেমৰ কবিতা

প্ৰাণজিৎ বৰুৱা বিয়েৰৰ গোন্ধ  আৰু চুৰটৰ ধোঁৱাত আৱদ্ধ বন্ধ কুঠৰীৰ বদনামী বতাহ পালেঙত সোতমোচ অন্তৰ্বাসৰ হিচহিচনি ফ্ৰেমত বন্দী খাজুৰাহোৰ যুগল মূৰ্তি জুমি চালে দেখি জোনাকী মুখত ওলমি ৰোৱা বৰফৰ নদী বন্ধ খিৰিকীৰ ফ্ৰেমত নিশাৰ পৰিভ্ৰমী চৰাইৰ  পাখিৰ ধপধপনিত সৰি পৰে…

যিবোৰ হৈ গ’ল

দিগন্ত নিবিড় যিবোৰ হৈ গ’ল সৰি পঁচি মাটি হ’ল মৰা জোন এটাৰ স্মৃতি পৰিকল্পনা যিবোৰ হৈ গ’ল জ্বলি পুৰি ছাই হ’ল বিভ্ৰান্ত আকাশৰ স্বপ্ন বজ্ৰপাত একালৰ শোক একালত ফুলিছে ৰ’দে তপতাই থকা উছৱ এটাৰ পিৰালিত সৰু সৰু অনেক পোহৰৰ বিন্ধাইদি…

বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠক বীৰবলৰ ডেকা কালৰ কথা৷ এদিন দৰবাৰত বহি থাকোঁতে  শ্বাহেনশ্বাহে প্ৰশ্ন সুধিলে, অসাধ্য সাধন কৰি দেখুৱাব পৰা সভাসদ মোৰ এই দৰবাৰত আছেনে? সমজুৱাসকলৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ’ল৷ কোনোৱে ঘৰৰ মুধচত উঠি জঁপিয়াই পৰি হাত-ভৰি ভাঙিলে, কোনোবাই গৰম পানীত বুৰ মাৰি…

তেজৰ দৰে ডোঙা বান্ধি হাহাকাৰবোৰ…

ধ্ৰুৱজ্যোতি দাস বৰ লাজ লাগিব জানা, যুদ্ধৰ বিষেৰে জন্ম পোৱা অপুৰঠ শিশুহঁতে  এদিন যেতিয়া তোমাৰ কথা পঢ়িব সিহঁতৰ পাঠ্যপুথিত লিখিব স্কুলৰ ডেক্সত… বৰ লাজ লাগিব৷  বৰকৈ লাজ লাগিব জানা, গোলা-বাৰুদৰ ধোঁৱাবোৰ পি পি  গৰ্ভৱতী গছবোৰে যেতিয়া সেউজীয়া পাত মেলিব নোৱৰা…

কাউৰী কথা

প্ৰাঞ্জল হাজৰিকা মাত আৰু সৌন্দৰ্যৰ কথা  এৰি এষাৰেই কথা ক‌ওঁ ই এটা মূৰ্খ চৰাই । হঠাতে কি হ’ল নাজানো এজাক পোহৰে খেদি ফুৰা বাবেই ৰাতিটো সিদিনা পলাই ফুৰিছিল আৰু পলাই গৈ দেখিলে এজোপা গছ য’ত কাউৰীবোৰ শুই আছিল আৰু মুহূৰ্ততে…

সাহিত্য সমাজৰ দাপোণ

 মনমী ভট্টাচাৰ্য   আনুষ্ঠানিক শিক্ষাৰ মাধ্যমিক স্তৰত ভাৱ বহলাই লিখিবলগীয়া এটা শাৰী, “সাহিত্য সমাজৰ দাপোন।” সমাজৰ আবেগ অনুভূতি, আশা নিৰাশা, হা– হুতাশ হেনো প্ৰতিফলিত হয় সাহিত্যত। সেই বয়সত সমাজ মনত ৰাখিবলগীয়া সংজ্ঞা মাথোঁ,  তেনেস্থলত কথাষাৰৰ যথাৰ্থতা বুজাৰ সামৰ্থ্য ক’ত! লাহে…

সমালোচনা সম্পৰ্কে কিছু পৰ্যৱেক্ষণ

        কেৱল সাহিত্যৰ ক্ষেত্ৰতে সীমাৱদ্ধ নহয় যদিও সমালোচনা বুলিলে কেৱল গুণ-দোষ নিৰূপণৰ বাবে লিখিত নথি হিচাপে অনুশীলন কৰা সাহিত্যৰ ক্ষেত্ৰখনলৈকে প্ৰথমে চকু যায়৷ অৱশ্যে সাধাৰণভাৱে আমাৰ সমাজখনে সমালোচনাক কেনেকৈ গ্ৰহণ কৰে তাৰ বিষয়ে ধাৰণা কৰিবলৈ ‘সমালোচনা মানেই নিন্দা’ জাতীয়…

হলৌ উঠিল টকৌ গছত

ড° ভাৰত বৰুৱা     তেতিয়াৰ দিনৰ কথাই বেলেগ আছিল। সেই তাহানিখনত, মানে আমি সেই প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ দিনবোৰৰ কথা ক’ব বিচাৰিছোঁ। এতিয়া কথা হৈছে কোনটো দশকলৈ উভতি যোৱা যায়? এক কথাত ক’বলৈ হ’লে, ফিৰিঙ্গীৰ পৰা বাপুৱে আন বহু বাহুবলী, মগজধনী সৈন্য-সামন্তৰ সহায়ত দেশখন…

জাহ্নৱী কাকতিৰ “তেজত ফুলা বেলি” : কবিতাৰ কেনভাছত সমাজ-সত্যৰ প্ৰতিফলন

ৰুদ্ৰ সিংহ মটক “Genuine poetry can communicate before it is understood.” (T.S.Eliot)  মাজৰাতি কোনে কাক চিঞৰে ? (ক‘ৰবাত জুই একুৰা জ্বলে , মাতবোৰ ধোঁৱা হৈ নামে  ৷ এই জুই মঙহত লাগি থাকে) দীঘলীয়া ৰাষ্টাৰে জুইকুৰা কাৰ ইছাৰাত নাচি নাচি আহি…