অসমীয়া বুৰঞ্জী সাহিত্যৰ কিছুমান আৰোপিত বিভ্ৰাট
দীপক শইকীয়া ধৰা হওক আপুনি (ইয়াৰ পিছত আপোনাক “পাঠক” বুলি সম্বোধন কৰা হ’ব) এটা তত্ত্ব আগ বঢ়ালে, “দুই আৰু দুই যোগ কৰিলে চাৰি হয়”। ইয়াৰ পাছত পৰম্পৰাগতভাৱে মুখে মুখে এই তত্ত্বৰ আলোচনা চলি থাকিল। ‘ক’ নামৰ এজন পণ্ডিতে লিপিৱদ্ধই কৰি পেলালে যে…