প্ৰাচেত
(প্ৰচেতসো অহম্ –উত্তৰকাণ্ড-৯৬/১৯) গায়ত্ৰী দেৱী বৰঠাকুৰ শতিকাৰো বহু শতিকাৰে পৰা কবি এজন অভিমানত আছে ভিতৰ -ভিতৰি প্ৰচণ্ড ধুমুহাৰ ৰু ৰুৱনি প্ৰেমত ওহোঁ মুঠেই নহয় আপোনাৰ মনত প্ৰশ্ন জাগিছে পৰিচয়ৰ হকেও অভিমান কৰিব পৰা কবি এজন হ’লেও তাৰমানে আছে কোন হ’ব…