sdblogs2011

sdblogs2011

অনুবাদ কবিতা

কোৱাঁচোন, গোলাপ বাৰু নগ্ননে  কবি : পাবলো নেৰুদা  অনুবাদ : ড° দীপমণি দাস ( চিলিৰ জাতীয় কবিৰূপে বিবেচিত পাবলো নেৰুডাৰ আচল নাম  নেফটালি ৰিকাৰ্ডো ৰেইচ বাচালাটো (১৯০৪-১৯৭৩)। প্ৰেম, প্ৰকৃতি আৰু সমাজ বাস্তৱতা তেখেতৰ কবিতাৰ উপজীব্য।  সহজ সৰল চিত্ৰকল্প আৰু ৰূপকৰ…

প্ৰেম-অপ্ৰেমৰ মাজেদি‍

লোপামুদ্ৰা ভট্টাচাৰ্য     সহজ কথাবোৰ যিমান সহজ বুলি ভবা হয় প্ৰকৃততে সিমান সহজ নহয়৷ আনহাতে বক্ৰৰেখাৰে অঁকা জটিল নক্সা একোটাৰ মাজতো কিছুমান সৰল ৰেখা থাকিব পাৰে৷ সম্পূৰ্ণ ভাল মানুহ যিদৰে এই পৃথিৱীত নাই সেইদৰে পূৰাপূৰি বেয়া মানুহ জানো আছে! যেতিয়াৰ…

ছীলকুঁৱৰী (স্কটলেণ্ডৰ সাধু)

পূৰৱী তালুকদাৰ বহুদিনৰ আগৰ কথা৷ এদিনাখন জোনাক নিশা এজন মাছমৰীয়াই তেওঁৰ নাওখন লৈ অকলশৰে সাগৰলৈ মাছ ধৰিবলৈ গৈছিল। তেওঁ নাৱেৰে এটা সৰু শিলাময় দ্বীপৰ কাষ পালেগৈ আৰু তাতে কিছু সময় জিৰাবলৈ মন কৰিলে। দ্বীপটোত তেওঁ এটা আচৰিত দৃশ্য দেখিবলৈ পালে।…

ম’বাইল মেনিয়া

গাৰ্গী ভূঞা কিয়নো সাউতকে উঠি দাঁত জিভা নামাজি ম’বাইলছটি মেলিলি বাহিৰলৈ আহ, গছ-বন চাচাচোন শিলিখাজোপাৰ ডালত সৌৱা চৰাইৰ ধেমালি সেইছটি যেতিয়া দৰকাৰ পৰে তেতিয়াই চাবিৰাতিপুৱা জোঁটাই হ’লেও বাতৰি কাকতখন পঢ়িবিচাবিচোন কিমান ভাল লাগিববস্তুবোৰ নিজে আয়ত্ত কৰি জানো বোপাই! দেশৰ দিন-কাল…

শিলৰ কথাৰে

পৰাগজ্যোতি মহন্ত আসৈ দিলে শিলৰোনাথাকে অৱকাশ সলাবৰ উশাহকথাচহকী শিল বুৰঞ্জীয়েও ঢুকি নোপোৱা অনেক কথাকথাবোৰ শিলৰশিলৰ কথাৰ আঁৰ-বেৰ নোহোৱা। বৰ নিলাজ। এদিন কথাৰ মাজতে শিলে কৈ পেলালেবুকুৰ পুৰণি যিবোৰ ঘা শিলে সাবটি আছে চিৰকাল৷ সিবোৰসভ্যতাৰ চানেকিৰ ফুল ৰসে চৌ চৌ ৰূপকথা…

মন’ড্ৰামাৰ অন্তিম ছিকুৱেঞ্চ

প্ৰাঞ্জল জ্যোতি দত্ত   লেমটো এহাতে লৈ ওলাই আহিছোঁ বাহিৰৰ ঘিটমিট আন্ধাৰত তিতি সি তেতিয়াও থিয় দি আছিল একে ঠাইতে চাৱনিত তাৰ এজোপা উদং গছৰ হালধীয়া বুৰঞ্জী চাৱনিটো এদিন মোৰ আছিল   হাতখন বুলাই দিছোঁ তাৰ গালে মুখে এটা চেঁচা…

অসমীয়া ই-আলোচনী : এক চমু অৱলোকন

নিৱেদিতা ভূঞা ৰাজকুমাৰী সাহিত্য হৈছে মানৱীয় চিন্তা-চেতনাৰ ভাষিক প্ৰকাশৰ এক নিৰবধি প্ৰৱাহ৷ এই প্ৰৱাহে বহু সময়ত ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি বিশ্বজনীন পথত অগ্ৰসৰ হয়৷ তেতিয়াই ই বিশ্বসাহিত্যৰ স্বীকৃতি লাভ কৰে৷ আমাৰ পূৰ্বজসকলে কাগজ আৱিষ্কাৰ হোৱাৰ আগেয়ে শিল, তাম, সোণ, ৰূপ, গছৰ বাকলি, সাঁচিপাত, চৰাইৰ পাখি,…

মধ্য প্ৰাচ্যৰ বিপ্লৱী কবি এড’নিছ আৰু তেওঁৰ কাব্যকৃতি

(বিশ্ব-সাহিত্য) ৰুদ্ৰ সিংহ মটক ১৯৩০ চনত এড’নিছৰ জন্ম মধ্য প্ৰাচ্যৰ ছিৰিয়াত। কবি, সমালোচক, অনুবাদক, সম্পাদক এড’নিছৰ আচল নাম আছিল আলি আহমদ ছাঈদ। চৰকাৰ বিৰোধী সাংবাদিকতা আৰু ৰাজনৈতিক কাৰ্যকলাপৰ বাবে তেওঁ নিৰ্বাসিত হ’ব লগা হৈছিল। এড’নিছৰ মতে তেওঁ এনে এক ভাষাত…

অসমীয়া ভাষাত তুলনামূলক সাহিত্যৰ চর্চা

নীৰাজনা মহন্ত বেজবৰা         এই লেখাৰ যোগেদি অসমীয়া ভাষাত তুলনামূলক সাহিত্যৰ বিষয়ে সম্পাদিত হোৱা চিন্তা-চর্চাৰ এক ৰূপৰেখা দাঙি ধৰিবলৈ যত্ন কৰা হ’ব। অসমত বা অসমীয়াত তুলনামূলক সাহিত্যৰ চর্চাৰ প্রসঙ্গটো বিশ্বাত্মক তথা ভাৰতীয় প্রেক্ষাপটত তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা-চর্চাৰ এক অংশবিশেষ। গতিকে ইয়াৰ…