জীয়াসুঁতি
(শ্ৰদ্ধাৰে কবি ৰফিকুল হোছেইনৰ হাতত) চন্দ্ৰ কুমাৰ বড়া পোতাশালত পিতাকে খেপিয়ায় আন্ধাৰ ভোকত কাতৰ কণ্ঠত নিফুট মাত পিয়াহত আতুৰ ভোকাতুৰ বৃদ্ধজনে পান কৰিছে এটি শীতল স্তনৰ দুগ্ধ তাইৰ দুচকুৱে সাঁতুৰিছে আন্ধাৰত ভাহি আহিছে ঢৌ তোলা উচুপনিৰ ধ্বনি…
(শ্ৰদ্ধাৰে কবি ৰফিকুল হোছেইনৰ হাতত) চন্দ্ৰ কুমাৰ বড়া পোতাশালত পিতাকে খেপিয়ায় আন্ধাৰ ভোকত কাতৰ কণ্ঠত নিফুট মাত পিয়াহত আতুৰ ভোকাতুৰ বৃদ্ধজনে পান কৰিছে এটি শীতল স্তনৰ দুগ্ধ তাইৰ দুচকুৱে সাঁতুৰিছে আন্ধাৰত ভাহি আহিছে ঢৌ তোলা উচুপনিৰ ধ্বনি…
নীলিমা ঠাকুৰীয়া হক কাউৰীৰ পাখি গুজি মেঘবোৰ ঢপলিয়াই আহিছে খোজ কাঢ়ি কাঢ়ি ভাগৰুৱা বাপু ক্ষন্তেক ৰৈছে টিলাটোৰ শিখৰত। মেঘবোৰ বৰষুণ হৈছে জিৰজিৰ জিৰজিৰ হিৰহিৰ হিৰহিৰ বিজুলীৰ পোহৰ আৰু ঢেৰেকনিৰ গানেৰে গা ধুলে বাপুৱে আৰু চশমাৰে জুপি জুপি চালে…
নীলাভ সৌৰভ এটা জলকীয়াই ৰাতি আহি সংগোপনে মোক মাত লগাইছিল জলকীয়াৰ কাহিনী শুনাইছিল ৰ’দত ঘামি শুকাই বজাৰত মোৰ ফালে চাইছিল মোৰ কামিহাড় ভাগিছিল বুকুৰ চৌকাত বিষ মোৰ জ্বলা-পোৰাৰ ঔষধ নাই বজাৰত জলকীয়াকে কিনিছিলোঁ আন কোনো সামগ্ৰী…
পঙ্কজ প্ৰতিম বৰদলৈ ইতিহাস অধ্যয়ন, চৰ্চা আৰু ইতিহাসৰ তথ্যসমূহৰ গ্ৰহণযোগ্যতাক লৈ এক প্ৰাচীন বিতৰ্ক আজিও চলি আছে৷ ইতিহাস চৰ্চাৰ জৰিয়তে এক গ্ৰহণযোগ্য আৰু সৰ্বাত্মক সত্যত উপনীত হ’ব পাৰিনে নাই সেই বিষয়ে নিৰন্তৰ চৰ্চা আৰু বিতৰ্কৰ অৱকাশ আছে৷…
পম্পি বৰা বৈশ্য শিশুবোৰ কল্পনাপ্রৱণ। তোওঁলোকে কল্পনাৰ জগতত থাকি নিজৰ মতে যি কোনো কথা এটা বৰ্ণনা কৰি ভাল পায়। এই কাৰণেই শিশুসকলে কিছুমান এনে কথা গুৰুত্ব সহকাৰে ব্যক্ত কৰে যিবোৰ কথা ৱাস্তৱসন্মত নহয় অথবা কেতিয়াও তেনে ঘটনা ঘটাই নাই।…
সঞ্জীত কুমাৰ বৰদলৈ আমাৰ দেশ তথা ৰাজ্যখনৰ আৰ্থিক অৱস্থাটোৰ উমান পাবলৈ অৰ্থনীতিৰ পৰিসংখ্যা চোৱাৰ প্ৰয়োজন নাই৷ চৌপাশৰ পৰিমণ্ডলটো চালেই সকলো স্পষ্ট হ’ব৷ মূল্যবৃদ্ধি অভাৱনীয় হাতৰ হৈছে, স্থবিৰ হৈ পৰিছে বজাৰ-ব্যৱসায় আৰু সংকুচিত হৈ আহিছে উপাৰ্জনৰ ক্ষেত্ৰসমূহ৷ উন্নয়নমূলক কাম-কাজ থমকি ৰৈছে৷…
ড° সুৰেশ দত্ত অৰ্থনীতি এখনৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত বছৰটোত উৎপাদিত হোৱা দ্ৰব্য আৰু সেৱাৰ মুদ্ৰামূল্যৰ সমষ্টিয়েই হল ঘৰুৱা উৎপাদন (Domestic Product)৷ এই ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় ভিত্তিত মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product) অথবা ৰাজ্যিক পৰ্যায়ত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (Gross State…
ড° মণিমালা শইকীয়া অসমৰ বিভিন্ন জনগোষ্ঠীয়ে এৰী পলু পালনৰ লগতে এৰী লেটাক খাদ্য হিচাপে পৰম্পৰাগতভাৱে গ্ৰহণ কৰি আহিছে৷ অসমৰ ২,৪০,৯৩৯ টা পৰিয়াল এৰী পালনৰ সৈতে জডি.ত আৰু ৰাজ্যখনৰ ৪২,৪৭১.০১ হেক্টৰ ভূমি এৰী পলুৰ খাদ্যবৃক্ষৰ অন্তৰ্গত৷ আমাৰ গাঁৱে-ভূঞে বিঘাই বিঘাই মাটি খেতি-বাতি…
মূল : বুদ্ধদেব দাশগুপ্ত অনুবাদ : প্ৰশান্ত মিশ্ৰ “I want to develop ideas today. If I see that millions are catered for by the cinema, I want to implant my poetic talents in cinematography, since the professions of scenario writer and poet…
পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ (১) নিজানৰ নৈ; বালিচন্দা সাবটি ৰৈ আছে নিয়ৰ উৰালৈ৷ (২) এবাৰো নাচালা শেৱালিজোপাত ওৰেনিশা তিতি থাকিল হেমন্তৰ বিষাদ৷ (৩) বগা…