sdblogs2011

sdblogs2011

ছিষ্টেম

গীতাঞ্জলি বৰকটকী পৃথিৱীখন এটা ছিষ্টেমতে ঘূৰি আছে ছিষ্টেমৰ  কক্ষপথত তৰপে তৰপে মামৰৰ চামনি   ধনেই ধৰ্মৰ মূল, নহ’লেই যায় জাতি-কুল… ছিষ্টেমত লিখা আছে পৰ্বতৰ গুহাৰ পৰা মহাকাশত বিচৰণ তথাপি ছিষ্টেমৰ  কক্ষপথত বহুতো কৃষ্ণগহ্বৰ পুতিব নোৱাৰি ভাৰ্ছুৱেল পৃথিৱীৰ দুৱাৰ খোল খায় দাতা অনত অন্যথাই…

এ’পিটাফ

ৰচনা পাঠক কাহানিও কাকো তই তেহেলে যা নোবোলা বৰনৈৰ বুকুত হঠাতে কাৰ কাৰ মাত পানীয়ে গিলিলে কেইজনী নিমাতী মাকৰ চকুপানী নেদেখিলে কোনেও কাৰ কাৰ উকি উৰি গ’ল ইথাৰত কোন বীৰৰ কিৰিলিত জমি উঠিল মৃত্যুৰ উৎসৱ লোহাৰ জাহাজো ভাগে। এইখনতো পঁচা…

জন অৰণ্য

ৰুদ্ৰ সিংহ মটক জন অৰণ্য জন অৰণ্য উশাহ লোৱা টান উশাহ সলোৱাও টানভয়-অবিশ্বাস-ধৰ্ষণ, ক’লা দিন ক’লা ৰাতি প্ৰায়ে ফাদিল নোহোৱাকৈয়ে থাকি যায় ৰাতিৰ সাধু বগাঘোঁৰাৰ পিঠিত বুঢ়া ডাঙৰীয়া অসম্ভৱ  অসম্ভৱ অসহায় বনকৰা নাৰী, কাৰ আগত ৰটে বদনাম মালিক মহানগৰৰ নাম কৰা  উকীল কোম্পানীৰ  অভিযন্তা…

কথা

আবেদুৰ ৰহমান কথা কৈ থকাটোৱেই জীৱন! যদিওবা নক’বলগীয়া কথা কৈয়েকালাতিপাত কৰোঁক’বগীয়াবোৰহে ক’ব নোৱাৰোঁভয়, জানোচা জীৱনেই হেৰায় ক’বলগীয়া কথাবোৰ লুকুৱাই থ’ওঁসাজোঁ এখন কাৰাগাৰক’বলগীয়া কথাবোৰ নিক্ষেপ কৰোঁ কাৰাগাৰতকাৰাগাৰৰ চৌপাশে পহৰা দিওঁযাতে ভুলতেও জিভালৈ পিছলি নাহেক’বলগীয়া কথাবোৰ ক’বলগীয়া কথাবোৰ কাৰাগাৰত থওঁ বাবেক’বলগীয়া হয় বহু নক’বলগীয়া কথাকেতিয়াবা…

শান্তিস্বৰূপ ভটনাগৰ বঁটা আৰু ড° বিনয় কুমাৰ শইকীয়া (অভিনন্দন)

দিগন্ত ওজা         অসমৰ বিজ্ঞানক্ষেত্ৰলৈ যোৱা দেওবাৰে (২৬ ছেপ্টেম্বৰ, ২০২১) দুপৰীয়া আহিল এটা অতি ভাল লগা খবৰ৷ গোলাঘাটৰ জোনাকী নগৰত ওপজা আৰু যোৰহাটৰ NEIST অৰ্থাৎ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (পূৰ্বৰ আঞ্চলিক বিজ্ঞান গৱেষণাগাৰ- RRL) জ্যেষ্ঠ বিজ্ঞানী ড° বিনয়…

চপাই আন মানুহৰ মাত

কুঁকি কল্পিতা বৰা  মানুহৰ কাষে পাৰে মানুহ নেদেখাৰ পৰা  অতবোৰ মুখ কেনি ওলায়, ইমান মানুহ নিজৰ পৰা  কোন বেলাত কেনি পলায় ! মুখবোৰ কেনিবা হেৰাই যাওক  মানুহবোৰ মানুহৰ বুকুলৈ উজাই আহক  মানুহ মমতাৰে বুজন মানুহতেই মানুহৰ সৃজন  চেতনাই বিচাৰে হৃদয়ে…

বাঘৰাণী খইৰী

 প্রায় ১৫০ মিটাৰ দূৰৰ পৰা ‘উহু-উহু’ কৰি দেও দি দি আগবাঢ়ি আহিল খইৰী। কিন্তু আমাৰ লগত ঘৰলৈ ঘূৰি যোৱাত তাইৰ অসন্তোষ অত্যন্ত স্পষ্ট। বৰং আমাকহে তাইৰ লগত আৰু দক্ষিণলৈ যাবলৈ ইংগিত দিলে, যেন সেইফালে তাইৰ কোনো ঈপ্সিত বন্ধুৱে ইংগিত দিলে, যেন  সেইফালে আগুৱাই যায় আৰু…

অৰূপ কুমাৰ নাথৰ গল্প- ধানমালিতা বনমালিতাৰ আলোচনা

ড০ দীপমণি দাস মাটিৰ গোন্ধ থকা আৰু সামাজিক বাৰ্তা থকা সাহিত্যৰ প্ৰতি পাঠকৰ অনুৰাগ স্থায়ী হয়। ছেপ্টেম্বৰ মাহৰ ‘সাতসৰী’ত প্ৰকাশিত ‘ধানমালিতা বনমালিতা’ তেনে এটা গল্প। গল্পকাৰ অৰূপ কুমাৰ নাথ সাম্প্ৰতিক কালৰ ছিৰিয়াছ অসমীয়া গল্পকাৰসকলৰ ভিতৰত এজন। অসমীয়া লোকজীৱনৰ, কৃষিজীৱি মানুহৰ আত্মা…

পূজা-পাৰ্ৱণ আৰু সাজ-পোছাক ইত্যাদি

 ড০ মৰমী বৰঠাকুৰ তালুকদাৰ পূজা–পাৰ্ৱণ আমাৰ সমাজৰ এক এৰাব নোৱৰা বিষয়৷ সকলো ধৰ্মৰ মানুহৰ মাজত নিজা নিজা বৈশিষ্ট্যৰে স্বকীয় পূজা বিধি থাকে; থাকে তাৰ লগত সংগতি ৰাখি সাজযোৰৰো বিধি৷ লোকজীৱন জড়িত এই লোকসংস্কৃতি আৰু পৰম্পৰাবোৰৰ গুৰুত্ব আমি জানো নুই কৰিব…

কল্প-কথা

ৰশ্মিৰীয়া গগৈ   যোৱা এসপ্তাহে আমি ইয়াতেই বহি আছোঁ য’ত সমানে ছাঁ আৰু পোহৰ সমান ভূত আৰু ভৱিষ্যতৰ ওজন   তুমি কৈছা – নক্ষত্ৰ মৰিলে আকৌ ওপজে কৃষ্ণ গহ্বৰৰ ক’লাতো থাকে নতুনৰ দুৱাৰ   জোনাকীজাকক সপ্তাহ ধৰি বিচাৰি পোৱা নাই সুদীৰ্ঘ…