উঁই হাফলুৰ ঘৰ
অৰ্চনা পূজাৰী পৰ্বতৰ শৃংগৰ এটি সৰু সংস্কৰণ ভিতৰখন তলাতল ঘৰ বিচুৰ্তি হোৱাৰ পাল কি দেখিলোঁ কি দেখিলোঁ অ’ সৰুকণ সামান্য পোক খলপা-খলপি বিশাল সাম্ৰাজ্য বাঁহগছৰ চুপাটোৰ গুৰিতে উঁইহাফলু উঁইহাফলু ভাঙোতে দেখিছিলি নে অ’ সৰুকণ ৰত্নাকৰৰ ছাঁ ওৰে বাটতো…