sdblogs2011

sdblogs2011

শিশুৰ মাত-কথা

 মুন্মি মহন্ত প্ৰত্যেক শিশুৰে মাত সমান বয়সত নুফুটে। সকলোৰে ক্ষেত্ৰত ভিন্ন হয়। কিছুমানে এবছৰ পাৰ হোৱাৰ পাছতে বাক্য ক’বলৈ শিকে আৰু আন কোনোৱে শিকে কিছু পলমকৈ। শিশুৰ মাত-কথাৰ ক্ষেত্ৰত মাকগৰাকীৰ ভূমিকা যথেষ্ট মন কৰিবলগীয়া। কাৰণ শিশুৱে সকলোতকৈ বেছি মাককে অনুকৰণ…

ৰন্ধন কলা

মৌচুমী মহন্ত আটাৰ খুৰ্মা উপকৰণ:আটা : ৫০০ গ্ৰামগুৰ  : ২৫০ গ্ৰাম ৰোকা নাৰিকল: দুই টেবুল-চামুচৰিফাইন তেল নিমখ এচিকুট প্ৰণালী: আটাৰ লগত ৪ টেবুল-চামুচ তেল আৰু নিমখ দি ভালকৈ সানি ল’ব৷ এতিয়া পানীৰে  আটাখিনি মাৰি কেইটামান বল বনাই বেলনাত অলপ ডাঠকৈ বেলি লৈ নিজৰ পছন্দৰ…

প্ৰকৃতি

দাদুল দেৱকৃষ্ণ ৰাতিৰ বৰষুণজাকে ঠাণ্ডা আগতকৈ দুগুণ কৰিলে। দুগুণ কৰিলে মানে আঘোণ মাহতে পুহমহীয়া জাৰ নমাই আনিলে। আজি বিছনাৰ পৰা নামিবলৈকে বনানি আৰু বিটপীৰ মন যোৱা নাই। লেপৰ উম্ এৰিবলৈ এজনীয়েও মন কৰা নাই। ইফালে আইতাকে জুই জ্বলাই লৈ তাহাঁতক জুহাললৈ মাতি…

ভোগালী

ৰাজীৱ বৰা আহুকাল খেদিবলৈ উদং গাৰে মেজি পুওৱা ভাল (এইষাৰ লৈ নিয়ম নমনা নতুনৰ আহুকাল) শুকান লকচা বনৰ দলিচা পাৰি কঁপি থাকিলোঁ পুহ-মাঘৰ গোটেই নিশা পুখুৰীপৰীয়া পথাৰত ভেলাঘৰত কেইবাটাও কঁপনি— হাঁহ চুৰিৰ দায় প্রথমটো চুৰটৰ তাপ আৰু ধোঁৱাৰ বিজ্‌বিজনি জীৱনৰ…

অজিৎ বৰুৱা — অসমীয়া কবিতাৰ ভাষা নিৰ্মাণৰ স্থপতিবিদগৰাকী

 ৰত্না ভৰালী তালুকদাৰ নিক’লা ফুচিনা (Nicola Fucigna) একেৰাহে এগৰাকী কবি আৰু স্থপতিবিদ৷ তেখেত কনষ্ট্ৰাকশ্যন (constructionlitmag.com) নামৰ অনলাইন আলোচনী এখনৰো মুখ্য সম্পাদক৷ আলোচনীখনত ‘পয়েট্ৰি এণ্ড আৰ্কিটেকচাৰ’ নামৰ এটা দীঘলীয়া নিবন্ধত তেখেতে কবিতা আৰু স্থাপত্যবিদ্যাৰ মাজৰ কিছুমান সম্পৰ্কৰ কথা কৈছে৷ নিবন্ধটিত তেখেতে কবিতা…

কালিমা

হেমচন্দ্ৰ কছাৰী ন-মাহ ন-দিনৰ সপোন এটাক বহুবাৰ চেষ্টা কৰিও দিঠকৰ ৰূপ দিব নোৱাৰি অন্ধকূপত সোমাল দম্পতী  অন্ধকূপেই ৰোহঘৰ ৰোহঘৰ নিৰাপদ    বাহিৰলৈ গ’লেই যেন বেলিয়ে থুৱায় বতাহে কোবায় নেপথ্যৰ পৰা গুম্‌গুমাই আহে ‘‘শুভকামত গ’লে বাঁজী তিৰোতা দেখিব নাপায় যাত্ৰা নষ্ট হয়’’…

বন্ধু

 পংকজ প্ৰতিম বৰদলৈ দিফলুজান সাক্ষী হৈ আছে বহু উত্থান-পতনৰ। দিফলুপাৰৰ প্ৰতিঘৰ মানুহৰ বহু গুপ্ত কথাৰ সাক্ষী দিফলুজান দিফলুজানৰ সোঁতত বৈ গৈছে বহু আৱেগ, বহু স্মৃতি, বহু আনন্দ-উত্সাহ। দিফলুজানে কঢ়িয়াই ফুৰে বহুতৰ যন্ত্রণা। বহু নোকোৱা কথা। দিফলুজানৰ লগত কথা পাতি শাঁত পৰে…

অঁ

কিশোৰ বড়ো(অঁ- অ)পিৰালিত বহি নখৰ চেপাত ওকণিক বিদায় জনায়উৰ্ণা নোলোৱাকৈ গা লৰাই গাভৰু এজনী পাৰ হৈ যায়‘অঁ’ হয়নে, আমুক তামুক, ভচুক তচুক’… জিভাত ফুটে তেতিয়া আৰু এতিয়াৰ পাৰ্থক্যৰ আখৈ (অঁ- আ)পিৰালিৰ পৰাই চিঞৰি সোধে— বোলোঁ ভালনে? ক’লৈ ঢপলিয়াইছে?মুখামুখি হ’লে সৌহাৰ্দ্যপূৰ্ণ ভাব বিনিময়পিঠি দেখুৱাই আঁৰ হ’লেই…

ৰাতি আৰু মই

মুনমুন সৰকাৰ শইকীয়া বোন্দাপৰ দিয়া ৰাতিটো  হাঁহি-কান্দি কান্দি-হাঁহি সি কৈ আছে আৰু কৈ গৈছে তাৰ ক’লা বৰণৰ আঁৰৰ কাহিনী।   তাৰ কাহিনীত বুৰ গৈময়ো ৰাতিৰ বৰণ লৈছোঁ;মোৰ দাঁত আৰু হাতৰভৰিৰনখকেইটাৰ বাহিৰেমোৰ সৰ্বত্ৰ এতিয়া ৰাতিৰ ৰঙৰআধিপত্য।   মোৰো ক’বলগীয়া আছিল—এন্ধাৰৰ আঁৰৰ কাহিনী।ক’ব নোৱাৰিলোঁ,মই…