নৱীন কবিলৈ চিঠি
Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কেএম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰা সপ্তম পত্ৰ ৰোম, ১৪ মে, ১৯০৪ মৰমৰ মিষ্টাৰ কাপ্পাছ, তোমাৰ শেহতীয়া চিঠিখন পোৱাৰ পাছতো বহু সময় পাৰ…
Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কেএম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰা সপ্তম পত্ৰ ৰোম, ১৪ মে, ১৯০৪ মৰমৰ মিষ্টাৰ কাপ্পাছ, তোমাৰ শেহতীয়া চিঠিখন পোৱাৰ পাছতো বহু সময় পাৰ…
ৰিপুঞ্জয় বৰদলৈ কভিড-১৯ বা ক’ৰ’নাই মহামাৰিীৰ ৰূপ লোৱাৰ সময়ত বিশষজ্ঞসকলে বাৰে বাৰে কৈ আছে যে যিসকল ব্যক্তিৰ দেহৰ প্ৰতিৰোধ ক্ষমতা বেছি, তেনে ব্যক্তিক যিকোনো ভাইৰাছে সহজতে অসুস্থ কৰিব নোৱাৰে৷ সেইবাবে চিকিৎসকসকলৰ মতে আমি সেউজীয়া শাক-পাচলি আৰু ফল-মূল যিমান পাৰি সিমান খাব…
সৌৰভ শইকীয়া সকলোতকৈ শক্তিশালী কল্পনাবোৰপোনে পোনে প্ৰকৃতিৰ মাজৰ পৰাই আহে৷ ডাল এৰি হঠাতে কিয় উৰি গ’লা?অলপ আগলৈকে তুমিপ্ৰশ্নবিদ্ধ আছিলা৷ তুমি সেউজীয়া কাঁইটমই পিপাসাৰ্ত, তেজলগা গানৰ কণিকাদৰ্শক হৈয়ে চাই থাকিবা? মই কেতিয়াও, কোনো দিনে দৰ্শকৰ কাৰণেনাটক কৰা নাই৷নাটক কৰিছোঁ নিজৰ কাৰণেযি নাটকত নিজকে চাব বিচাৰিছোঁ তুমি…
দিলীপ ফুকন বগীবিল দলংপূৰ্ব কথামালাত লিপিত খাই লাগি আছিল মিৰি নাও-ফিৰি নাও৷ চর্যাপদৰ নাৱৰ দৰে বোধিচিত্তস্বৰূপ নহয় এই নাও নাইবা নৈৰাত্মা নাৱৰীয়া৷ প্ৰাচীন পুৰুষ এই নাৱৰীয়াই কোনোকালে লৌহিত্যত স্নান কৰা নাই অথচ ঘূলিত পৰা ম’হৰ দৰে প্ৰাত্যহিক অৱগাহন লুইতৰ পানীত৷…
কি নাম দি মাতিম তোমাকড০ পোনা মহন্ত মহাকবিয়ে তাহানিখনেই কৈ গৈছে নামতনো কি আছে? গোলাপক গোলাপ নুবুলি আন নামেৰে মাতিলেও একেই সুগন্ধি পোৱা যাব৷ অসমীয়া সাহিত্যৰ প্ৰথমখন আধুনিক নাটকৰ নায়িকা চৰিত্ৰয়ো ঠিক একেটা কথাকে কৈছে৷ গুণাভিৰাম বৰুৱাৰ ৰাম-নৱমী নাটকৰ এটা আদিৰসসিক্ত দৃশ্যত…
মূল বাংলা: সাৰস্বত চক্ৰবৰ্তী অসমীয়া অনুবাদ: বর্ণালী ফুকন ‘‘দ্রোণাচার্য হ’ল পৃথ্বীশ অধিকাৰী।’’ পুৱাৰ পৰাই মানুহজনে বাৰে বাৰে সেই একেটা খবৰকে পঢ়িছে। ভাৰতৰ সর্বোচ্চ গল দিয়াজন। অর্জুন পুৰস্কাৰপ্ৰাপ্ত ফুটবল খেলুৱৈ। খেলুৱৈ বা ক’চ, দুইটা ক্ষেত্ৰতে সমানে সফল। কাগজত পৃথ্বীশৰ বিষয়ে লিখা প্ৰতিটো প্রশংসাবাক্যই…
ড° চন্দ্ৰধৰ চমুৱা (বাৰ) কিন্তু তাৰ জীৱনৰ যিটো পঞ্চম গভীৰ আঘাত, সেইটো কিছু বেলেগ ধৰণৰ; সেয়া প্রকৃতিৰ দ্বাৰা বা জীৱন-প্রক্রিয়াৰ দ্বাৰা অৱধাৰিত নহয়। সেয়াতো সম্পূর্ণ মানুহৰ সৃষ্টি। ছ্যু-কা-ফাৰ সংসাৰ যাত্ৰা আৰু স্বাধীন ৰজা হিচাপে সুদীর্ঘ কাল ৰাজ্য শাসনৰ সময়ছোৱাত তাৰ জন্মভূমি…
সঞ্জীৱ সভাপণ্ডিত জীৱনত কিছুমান শব্দ নিজে কোৱা যায় আৰু বহুত শব্দ আনে কয়, আমি শুনো৷ কিছুমান শব্দ প্ৰয়োজনত সৃষ্টি হয়, কিছুমান এনেয়ে সৃষ্টি হয়৷ কিছুমান শব্দ ইচ্ছা কৰি সৃষ্টি কৰে, কিছুমান শব্দ ইতিহাসে-সময়ে সৃষ্টি কৰে৷ অসমৰ আকাশে-বতাহে আজি বহু দিনৰে পৰা বহু শব্দ মুখৰিত হৈ আছে৷ কিছুমান শব্দ মাৰ গৈছে, আকৌ কিছুমান শব্দ নতুনকৈ সৃষ্টি হৈছে৷ ১৯৭০-ৰ দশকৰ মাজভাগৰ পৰাই এনে বহুত শব্দই অসমক তোলপাৰ লগাই আছে৷ মন গ’লেও-নগ’লেও এনেবোৰ কথা শুনি থাকিবলৈ বাধ্য হৈছোঁ৷ তেনেকুৱা কিছুমান শব্দ বা কথা হ’ল— অসমীয়া বুলি নিজকে কোৱাবিলাকৰ কণ্ঠত— ক) অসমক স্বাধীনতাৰ…
আহুতি নগেন গোস্বামী বাণী মন্দিৰ, গুৱাহাটী, ২০১৩ পৌৰাণিক বিষয়বস্তুক লৈ উপন্যাস লিখাটো বৰ সহজ নহয়৷ বিশেষকৈ বিষয়বস্তু যদি প্ৰাক মহাকাব্য যুগৰ হয় তেতিয়া কামটো আৰু কঠিন হৈ উঠে৷ তেনে অৱস্থাত কেৱল মহাকাব্য আৰু সমসাময়িকভাৱে ৰচিত অন্য পাঠৰ আধাৰত এখন কল্পিত…
No More Cliches মূল: অক্টাভিঅ’ পাজ ভাবানুবাদ: যশোৱন্ত নিপুণ ধুনীয়া মুখযি ডেইজীৰ দৰে পাহিবোৰ সূৰ্যলৈ মেলি দিয়েঠিক তেনেকৈয়েতুমি পৃষ্ঠাটো লুটিয়াওঁতে তোমাৰ মুখখন দেখুওৱাঁ৷ মোহনীয় হাঁহিযিকোনো পুৰুষেই তোমাৰ সন্মোহনত বন্দী হ’ব,আহ্, সৌন্দৰ্য এখন আলোচনীৰ৷ তোমাৰ কাৰণে কিমান কবিতা লিখা হ’ল?কিমানজন ডাণ্টেই তোমালৈ লিখিলে, বিয়েট্ৰিচ?তোমাৰ সেই যুক্তিহীন…