sdblogs2011

sdblogs2011

বিশ্ব সাহিত্যত নির্বাসন দণ্ড আৰু নিৰ্বাসিত সাহিত্যিক প্রসঙ্গ

 ড° অখিল কুমাৰ গগৈ উনবিংশ শতিকাৰ প্ৰসিদ্ধ ৰাজনীতি বিশাৰদ, লেখক, দুটাকৈ শাসনকাল চলোৱা য়ুনাইটেড কিংডম (United Kingdom) ৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন ডিজৰেলী (Benjamin Disraeli, 1804-1881)য়ে কৈছে – “যিসকল সাধাৰণ লোক চিৰ নিৰ্বাসন দণ্ডৰে দণ্ডিত হয় বন্দী অৱস্থাত জীয়াই থাকিলে তেওঁলোকে জীৱনত…

পানী হিলৈ

  গোৱিন কুমাৰ খাউণ্ড (যোৱা সংখ্যাৰ পৰা) মৃগাংকৰ মুখৰ পৰা ভেলেককৈ মদৰ গোন্ধটো গৈ মিলিটেৰীৰ নাকত লাগিল। মিলিটেৰীয়ে মুখখন বিকটাই দিলে। অসংযতভাৱে মৃগাংক ভিতৰ সোমাই গ‘ল। চাকিটো হাতত লৈ পিছে পিছে সোমাই গ‘ল মিলিটেৰী।  ‘তাতে শুই দে।‘ চাকিটো থৈ মিলিটেৰীয়ে…

বেংডোবাৰ ঘাট

 জয়ন্ত মাধৱ বৰা ৷৷ দহ৷৷   ছোৱালীবোৰক চাকৰি দিম বুলি দালাল কিছুমানে ফুচুলাই নি বেলেগ ৰাজ্যত বিক্ৰী কৰি দিয়াক লৈযে ধুপধৰাত কেইদিনমান হুলস্থূল হৈ আছিল, এতিয়া সেইবোৰ তল পৰিল৷ এতিয়া ৰাস্তাৰ কাষৰ গছবোৰ কটাক লৈ হুলস্থূল লাগি আছে৷ গোৱালপাৰাৰ পৰা…

কেৰিয়াৰ গঢ় দিয়াত কিতাপ পঢ়াৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই   মানুহৰ জীৱনত কেৰিয়াৰ এক গুৰুত্বপূৰ্ণ অধ্যায়৷ কেৰিয়াৰ মানে কেৱল এখন চাকৰিৰ সীমাত সীমাৱদ্ধ নহয়; ই মানৱ জীৱনৰ লক্ষ্য, জীৱন পদ্ধতি আৰু সমাজত নিজৰ স্থান নিৰ্ধাৰণৰ মূল স্তম্ভ৷ কেৰিয়াৰ গঢ়াৰ ভেঁটি হৈছে শিক্ষা, আৰু কিতাপ পঢ়াই হ’ল…

অজানিতে চুই যায়……

বিনিময় দাস   তুমি যিমানেই থাকাঁ নিঃশ্চু‍‍‍প, একো কথাকে নোকোৱাঁ, মই জানো, তুমি মোক ভাল পোৱাঁ৷   যদিও প্ৰত্যাশা তোমাৰ অপ্ৰকাশিত, মই অনুভৱ কৰিছো নদীৰ উজান৷   যদিও হেঁপাহ তোমাৰ নিশব্দতাত দ্ৰৱীভূত, মই শুনিছো অন্তৰ তৰঙ্গ‍‍‍ত জীৱনৰ গান৷৷   যদিও…

নৈঃশব্দ

 বন্দনা কৌশিক বৰদলৈ ইমানবোৰ কথাৰে মুখৰিত পৃথিৱী! অথচ আপুনি কাহানিও কোনো নোযোৱা বাট এটাৰ নিচিনা … এদিন আপোনাক সুধিব বিচাৰিছিলোঁ কি বিচাৰি ফুৰিছে আপুনি ৰৈ ৰৈ বুকুত বাজি থকা বিশেষ  এটা মাত? নে এটা নিতাল মাৰি শুই থকা বাট? নে…

নাস্তিক ভগৱানজনৰ সশ্ৰদ্ধ স্মৃতিত

  মানুহ আৰু অমানুহ অৰ্থাৎ পশু-পক্ষীৰ মাজত কোনো প্ৰভেদ নাই, এইষাৰ কথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কোন কাহানিবাতে কৈ গৈছে৷ মানুহৰ সমাজত ঘাইকৈ ধৰ্মক লৈ পৃথকতাবাদৰ বিপৰীতে প্ৰায় একে কথাকে কৈ গৈছে আজান ফকীৰে ‘মোৰ মনত ভেদ ভাব নাই অ’ আল্লা’,…

অসমীয়া মানুহৰ ইতিহাস (১৮২৬-২০২৫)

 ভাস্কৰ জ্যোতি নাথ (দ্বিতীয় খণ্ড)         ১৮২৪-অৰ ৰেংগুনত ব্ৰিটিছ সেনা বাহিনী   “Until the lions have their own historians, the history of the hunt will always glorify the hunter”                 …

কৃত্ৰিম বুদ্ধিমত্তাৰ পথ প্ৰদৰ্শক ৱাল্টাৰ পিটছ

  ডঃ  প্ৰিয় দেৱ গোস্বামী    মানুহৰ মগজুৰ বিকাশ হৈ সমাজ পাতি থাকিবলৈ লোৱাৰ পৰাই জ্ঞান আহৰণ প্ৰক্ৰিয়াৰ আৰম্ভ হ‘ল। ই আছিল সভ্যতাৰ দিশত মানুহৰ প্ৰথমটো খোজ। মানুহৰ মাজত স্বাভৱিক ভাষাৰে এজনে আনজনৰ লগত যোগাযোগ কৰা প্ৰক্ৰিয়াৰ আবিষ্কাৰ এক যুগান্তকাৰী ঘটনা…

কাউৰী

ৰৌচন আলি  চানাৱালাৰ চানা বন্ধা কাগজ এটুকুৰাৰ মাজত  নিদ্ৰাহীন চকু দুটা লৈ শুই আছিল এটা কবিতা চানাৱালাৰ ওচৰলৈ  ক্লান্ত-শ্ৰান্ত হৈ গ্ৰাহক এজন আহিল আৰু  অধীৰ আগ্ৰহেৰে চানাৱালাক ক’লে– তেল-মছলা সানি চানা দহ টকাৰ দে ! ইতিমধ্যে চানাৱালাৰ কাগজ টুকুৰাৰ পৰা …