জখলা
গুণ মৰাণ দেখি আছোঁ দেখি আছোঁ জখলা তুমি দয়ালু নিজৰ কান্ধ পাতি আনক তুলি আছা ওপৰলৈ নামাতোঁ নামাতোঁ সাক্ষী হৈ চাই আছোঁ নিলগত ৰৈ চুকতে খাই বুকুতে ভৰি থৈ তেৰাসৱ যাবগৈ যিদিনা উঁয়ে খাই তোমাকো…
গুণ মৰাণ দেখি আছোঁ দেখি আছোঁ জখলা তুমি দয়ালু নিজৰ কান্ধ পাতি আনক তুলি আছা ওপৰলৈ নামাতোঁ নামাতোঁ সাক্ষী হৈ চাই আছোঁ নিলগত ৰৈ চুকতে খাই বুকুতে ভৰি থৈ তেৰাসৱ যাবগৈ যিদিনা উঁয়ে খাই তোমাকো…
(প্ৰিয় শিল্পী জুবিন দা-লৈ ) নয়ন মণি মিশ্ৰ “𝘽𝙚 𝙡𝙞𝙠𝙚 𝙒𝙖𝙩𝙚𝙧……” পানীৰ দৰে হোৱা যাৰ কোনো দম্ভ নাই, যাৰ কোনো বিভেদ নাই আছে মাথোঁ সমন্বয় গঢ়ি তোলাৰ অদম্য হেঁপাহ… একাবেঁকা পথেৰে অহৰহ আগুৱাই যোৱাৰ এই অদম্য মানসিকতাই তাৰ পৰিচয় ! …
কেশৱ চাও ধুন্দুলি ফেঁটীৰ ছালডোখৰো যে লাগতিয়াল দেউতাই ভালকৈয়ে জানে সেয়ে বাৰীৰ চুকে-কোণে পৰি থকা দেখিলে তুলি আনি গোহালিৰ খুঁটাটোত ওলমাই ৰখা জাতিলাওৰ খোলাটোত ভৰাই থয় সাপৰ ছালছটাও যে ঔষধি ময়ো নাজানিছিলোঁ এবাৰ ভৰ বাৰিষাত কজলা দমৰাটোৰ কান্ধত…
অৰুণ গগৈ মাটিৰ মাতত সুৰ এটা বাজি থাকে কাণত আইৰ আঁচলত বান্ধি থোৱা বেলিৰ সাধু এটা খহি পৰে ৰাতিৰ…
বেদান্ত নাথ আঙ্গিক আৰু বিষয়-বস্তুৰ নতুনত্বৰে কবি উৰ্মি জুলী শইকীয়াই অসমীয়া কবিতাত নিজৰ এক পৰিচয় গঢ়ি তোলা আমি দেখিবলৈ পাইছোঁ। উৰ্মি জুলীৰ কবিতাসমূহ সমসাময়িক কবিসকলতকৈ বিশেষকৈ মহিলা কবিসকলতকৈ কিছু পৃথক। কবি উৰ্মি জুলীৰ প্ৰায়বোৰ কবিতাত সামাজিক-ৰাজনৈতিক স্থিতাৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদৰ এক…
নিকু দুৱৰা মই অকলে কোঠাটোত বহি আছিলোঁ মোৰ চাৰিওফালে ওপঙি আছিল কেৱল নিৰৱতাৰে ভৰি থকা কিছুমান ডোখৰাডোখৰ সময়। সময়বোৰক ভাগ কৰা হৈছে সৰু সৰু মুহূৰ্তত আৰু সেই প্রতিটো মুহূৰ্তই ভৰি আছে চাৰিওফালৰ অনেক কথকতাৰে। হয়তো কোনোবাটো মুহূৰ্ত বজাৰৰ দৰ-দামৰ আৰু…
বিশ্বজিৎ শইকীয়া জ্বলি থকা হাতচাকিটো ফুৱাই নুমুৱাই দিছোঁ শলিতাডাল টুকি টুকি টপালি খাইছোঁ কেৰাচিন গাৰ কামিজটো খুলি বান্ধি লৈছোঁ কঁকালত আৰু খাওঁ খাওঁ কৈ আগবাঢ়ি অহা যাত্ৰীবাহী ৰে’লখনক বুকুৰ এটুকুৰা দি পঠিয়াইছোঁ এবাটি এচিডত সোলকাই থৈছোঁ কান্দি থকা এহালি চকু…
গাৰ্গী ভূঞা আদিতে আছিল শূন্য, শূন্যৰ বুকুতে জন্ম হ’ল এক, একৰ পাছত আকৌ এক… সৃষ্টিয়ে নিজৰে পুনৰাবৃত্তিত নিজকে পুনৰ গঢ়িছে অদৃশ্য মঠৰ মহাৰহস্যত। প্ৰতিটো সংখ্যাৰ একেই নিশ্বাস, বান্ধ খাই থাকে অজান জপমালাৰ দানাত, একেডাল মালতে বান্ধ…
ড০ ৰক্তিম ৰঞ্জন শইকীয়া মধ্যযুগৰ অসমৰ সকলোতকৈ গুৰুত্বপূর্ণ সংঘটন হ’ল মোৱামৰীয়া বিদ্ৰোহ৷ অসমৰ ৰাজনৈতিক আৰু সমাজৰ জীৱনৰ অতি জটিল এই সন্ধিক্ষণটোত সমগ্ৰ আহোম ৰাজ্য হৈ পৰিছিল এখন যুদ্ধক্ষেত্ৰ৷ ৰজাঘৰীয়া আৰু প্ৰজাঘৰীয়াসকলৰ মাজৰ এই ৰক্তক্ষয়ী যুদ্ধবোৰৰ ভিতৰত এখন অতি নির্ণায়ক…
লোকনাথ গোস্বামী মন দাপোণত-১৩ …