সুধাকণ্ঠৰ এটি গীত আৰু কিছু পুৰণি স্মৃতি
অমৃত গোস্বামী “বৰহাটৰ সোৱাদ তামোল এখন খালে, দুখন খাবলৈ মন যাব…” সন্দীপা শৰ্মা আৰু হিতেশ দেৱ শৰ্মা নামৰ স্বামী-স্ত্ৰীয়ে সুধাকণ্ঠ ড°ভূপেন হাজৰিকাদেৱ আৰু ৰুণুমী ঠাকুৰৰ দ্বৈতকণ্ঠৰ ‘কহিমাৰে আধুনিকা ডালিমী’ শীৰ্ষক সেই বিখ্যাত গানটোৰ নতুনকৈ ভিডিঅ’ এটা প্ৰস্তুত কৰিছে৷ এই…