নবৱৰ্ষ
জ্যোতিশিখা দত্ত নতুন আশা নতুন সংকল্পৰে নৱবৰ্ষত উজ্বলিম আমি নতুন উদ্যমেৰে৷ সময়ানুবৰ্তিতা, নিয়মানুৱৰ্তিতা হ’ব আমাৰ কাম্য প্ৰতিদিনৰ কাম প্ৰতিদিনে সমাপন কৰাটোৱেই হ’ব আমাৰ লক্ষ্য৷ নতুন এটা ভাষা শিকিম নতুন কলা শিকিম নতুন নতুন শিক্ষাৰে জ্ঞানৰ ভড়াল…
জ্যোতিশিখা দত্ত নতুন আশা নতুন সংকল্পৰে নৱবৰ্ষত উজ্বলিম আমি নতুন উদ্যমেৰে৷ সময়ানুবৰ্তিতা, নিয়মানুৱৰ্তিতা হ’ব আমাৰ কাম্য প্ৰতিদিনৰ কাম প্ৰতিদিনে সমাপন কৰাটোৱেই হ’ব আমাৰ লক্ষ্য৷ নতুন এটা ভাষা শিকিম নতুন কলা শিকিম নতুন নতুন শিক্ষাৰে জ্ঞানৰ ভড়াল…
নৱনীতা ভট্টাচাৰ্য্য আজি কিছুদিন ধৰি ৰিণিয়ে মাকৰ পৰা বতৰৰ বিষয়ে নানান কথা শুনি আহিছে৷ তথাপিও তাইৰ প্ৰশ্ন শেষ হোৱা নাই৷ ৰিণিৰ কৌতুহল দেখি মাকৰো বৰ ভাল লাগিল৷ এই সময়খিনি হৈছে জ্ঞান বোটলাৰ সময়৷ সেইবাবে মাকেও তাইৰ প্ৰশ্নবোৰৰ উত্তৰ দি…
ৰুদ্ৰসিংহ মটক [উৎসৰ্গ : কথাশিল্পী হোমেন বৰগোহাঞি] কিতাপ আপুনি পঢ়ে ময়ো পঢ়ো নিয়মীয়াকৈ কিতাপৰ লেখকজন হ’ব পাৰে শ্বেইক্সপীয়েৰ হ’ব পাৰে ৰবীন্দ্ৰনাথ অথবা আমাৰ শ্ৰীমন্ত শংকৰ, জগত গুৰুজনা হয়, সকলোৱে কয়চোন কিতাপ পঢ়ি ডাঙৰ মানুহ হ’ব পাৰি কিতাপ…
হিল্লোলজ্যোতি সিংহ দুছেও কৰিলেও কেইদিনমানৰ পাছতেই মূৰ দাঙি থিয় হয় কচুৰ কুমলীয়া পাত মাঘতে হওক বা বহাগত কেইবামাহো পৰি থকা কুন্দাটো আঁতৰোৱাৰ পাছত শৰ দৰে শুই থকা হৰিৎকণাহীন ঘাঁহবোৰ আকৌ সেউজীয়া হয় জাৰতে হওক বা বাৰিষাত আপোনাৰ ফোন…
(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী সমগ্ৰ বিশ্বজুৰি গল্প-উপন্যাসৰ আধাৰত নিৰ্মিত চিনেমাৰ সংখ্যা অগণন৷ আখৰৰ পৰা পৰ্দালৈ উঠা দৃশ্যবোৰ চলচ্চিত্ৰৰসিকৰ দৃষ্টিত কেতিয়াবা সফল কেতিয়াবা বিফল হয়৷ পাঠক আৰু দৰ্শক হিচাপে একেজন মানুহৰ অভিজ্ঞতা ভিন্ন হয়৷ আমি সাধাৰণভাৱে চিনেমাক লৈ…
অংশুমান কৰ (বাংলা) অসমীয়া অনুবাদ : কুমুদ ঘোষ মনত ৰখা এটা বেচ টান কাম৷ এটা জটিল কাৰবাৰ৷ কিমান যে কৌশল কৰি মনত ৰাখিবলগীয়া হৈছিল অঙ্কৰ ফৰ্মূলা মনত পৰিলেই ঘাম ওলায়, দেহাটো অস্থিৰ হয়, এতিয়াও মাজনিশা টোপনি ভাগে৷ আপোনজনৰ জন্মদিন…
যোৱা সোতৰ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন ‘শিল্পীদিৱস’ আৰু একত্ৰিছ জানুৱাৰীৰৰ দিনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মদিন অসমৰ বহু ঠাইতে পালন কৰা হৈছে৷ একেদৰেই পালন কৰা হয় মহাপুৰুষ দুজনাৰ তিথি বা জয়ন্তী, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিন বা মৃত্যুদিন…
বিশ্বজিৎ শইকীয়া ৰামধেনুৰ সময়তে আত্মপ্ৰকাশ কৰা নিৰুপমা বৰগোহাঞিয়ে সাম্প্ৰতিক সময়লৈকে নিৰৱিচ্ছিন্নভাৱে অসমীয়া গল্প সাহিত্যলৈ অৱদান আগবঢ়াই আহিছে৷ বৰগোহাঞিৰ গল্পৰ কথনশৈলী গতানুগতিক আৰু সহজ–সৰল প্ৰকাশভংগীৰে সমকালীন সমাজচিত্ৰ আৰু ব্যক্তিজীৱনৰ নানান সংঘাত গল্পৰ মাধ্যমেৰে পাঠকৰ কাষলৈ লৈ যায়৷ নিম্ন মধ্যবিত্তসকলৰ জীৱনৰ…
জয়ন্ত মাধৱ বৰা ৷৷ দুই ৷৷ জীৱনটোৱে যেতিয়া বিৰক্তি ওপজায়, গণেশ বেংডোবাৰ কাষলৈ আহে৷ বেংডোবাই তাক মাতি আনে৷ বেংডোবাৰ নীৰৱতাৰ বাটেদি তাৰ কাষ চাপি আহে তৰুলতা আৰু হীৰামনিৰ বিৱস সন্ধ্যাৰ বিষাদগাঁথা৷ সৰুতে সি বেংডোবাৰ পাৰতে খুব ধেমালি কৰিছিল৷ স্কুলৰ পৰা…
মূল : (বাংলা) মাণিক বন্দ্যোপাধ্যায় অনুবাদ : বাসুদেব দাস এটা ল’ৰা আৰু এজনী ছোৱালী আছিল ৷ আমি ধৰি ল’ব পাৰোঁ, লৰাজনৰ নাম মহাবীৰ আৰু ছোৱালীজনীৰ নাম আছিল অৱলা ৷ কাৰ কিমান বয়স, কোনে কোন ক্লাছত পঢ়ে, এইবোৰ জানি আমাৰ কোনো লাভ নাই ৷ এদিন…