শ্যামলতা
অংগনা ভট্টাচাৰ্য্য “মৌ-মেল” স্কুলৰ ঘণ্টা বজাৰ লগে-লগেই দৌৰ মাৰি মই শ্ৰেণীকোঠাৰ পৰা ওলাই আহিলোঁ৷ মোৰ পিছে-পিছে কানৈ৷ স্কুলৰ পৰা আহি আলিবাট পোৱালৈকে কানৈৰ মুখখন ওফন্দিয়েই থাকিল৷ মই হাতৰ কিলাকুটিৰে তাইৰ গাত হেঁচুকি দি সুধিলোঁ– “কি হ’লনো তোৰ কানৈ? মুখখন…