sdblogs2011

sdblogs2011

নষ্টনীড়

 গীতিমণি গোস্বামী (বৰঠাকুৰ) “কৃতজ্ঞতাৰ শৰাইখন আপুনিয়েই আগবঢ়াব মিষ্টাৰ বৰুৱা৷” ঘূৰি চাই দেখিলোঁ প্ৰণৱ চলিহা৷ দেউতাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ লগত বছৰ ধৰি লাগি আছে এই মানুহজন৷ মই তেওঁৰ চকুলৈ চালো৷ মানুহজনৰ বিনয়ী স্বভাৱটো চাই না কৰিব নোৱাৰিলোঁ৷ মানুহৰ নামসমূহ দিবলৈ কৈ মই তেওঁৰ…

‘নীলকণ্ঠ’ মই

 পল্লৱী কৌশিক শৰ্মা   পৰ্ব ১ – সুখৰ প্ৰচ্ছায়াত গুঞ্জৰিত  বিষাদ ৰাগিনী     হাই হিলৰ খট্‌খট্‌ শব্দ তুলি ক্লেৰিছ গ’ল্ডস্মিথ পাঁচজনীয়া দলটোৰ সৈতে চহৰৰ কেন্দ্ৰস্থলত আভিজাত্যৰ দম্ভৰে মূৰ দাঙি থকা বিলাসবহুল হোটেল ‘দ্য ওৱেছিছ’ৰ টেণ্টথ্‌ ফ্ল’ৰৰ দুশ বাৰ নম্বৰ…

বিষয় : কুকুৰ

 হৰেকৃষ্ণ ডেকা     (১) আপুনি কুকুৰ বুলি কওঁতে    মোক আপুনি কুকুৰ বুলি কৈ নিজৰ পোহনীয়া কুকুৰটোকহে তাচ্ছিল্য কৰে৷ অনুগত হৈ সি আপোনাৰ সেৱা কৰে, আৰু প্রতিটো আদেশ শিৰ পাতি লয়৷ সি কেতিয়াও আপোনাক প্রশ্ন নকৰে আৰু আপোনাৰ আচহুৱা দাবীবোৰলৈও সঁহাৰি…

কেৰিয়াৰ হিচাপে ৰাজনীতিবিদ (Politicians)

 ড° বুলজিৎ বুঢ়াগোহাঁই   ৰাজনীতিবিদে যিকোনো সমাজৰ শাসন আৰু প্ৰশাসনৰ গঠনত এটা মৌলিক ভূমিকা পালন কৰে৷ তেওঁলোক সাধাৰণ জনতাৰ নিৰ্বাচিত প্ৰতিনিধি, কেন্দ্ৰীয়, ৰাজ্যিক, স্থানীয় সংস্থাকে ধৰি চৰকাৰৰ বিভিন্ন স্তৰত জনসাধাৰণৰ স্বাৰ্থ আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব দিয়া হয়৷ এজন ৰাজনীতিবিদৰ…

সিহঁত নাহিলেও বসন্ত আহিব!

 মানস প্ৰতিম দত্ত   পথবোৰ পকী হ’ল মনবোৰ ধনী   পথবোৰ বহল হ’ল মনবোৰ?   গছবোৰ থকা হ’লে পাতবোৰ সৰিলহেঁতেন   পাত সাৰিবলৈ মানুহ লাগে   এতিয়া সাৰিবলৈ পাত নাই বসন্তৰ বতাহজাকৰ খবৰ দিবলৈ সিহঁতৰ কিচিৰ-মিচিৰ চিৰিক-চিৰিক মাতবোৰ নাই  …

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী (১)  চীন-ভাৰতৰ যুদ্ধৰ যেনিবা অৱসান ঘটিল৷ আকৌ পৰিস্থিতি স্বাভাৱিক হ’ল৷ চতুৰ্থ শ্ৰেণীৰ পৰা পঞ্চমলৈ প্ৰথম হৈ উত্তীৰ্ণ হ’লো৷ তেনেকৈয়ে স্কুলীয়া দিনবিলাক সুন্দৰকৈ অতিবাহিত হৈ থাকিল৷ স্কুলত পঢ়ি থকা সময়ছোৱাত পঢ়া-শুনাৰ লগতে গান-বাজনাতো মই সমানে পাৰদৰ্শী আছিলোঁ বুলি সকলোৱে…

ব্যস্ত নগৰৰ নিৰ্জন ঘৰটো

 বেদান্ত‌ নাথ‌    ঘৰটোৰ চাৰিওফালে ওখ ওৱাল৷ প্ৰকাণ্ড গেটখনত দিনতে এটা মস্ত‌ তলা৷ নিমাওমাও পৰিৱেশ‌৷ টাউনৰ ব্যস্ত পথটোৰ একালৰ অভিজাত ঘৰটো এতিয়া নিৰ্জন‌৷ নিঃসঙ্গ৷ এদিন মানুহৰে গিজগিজাই থকা  ঘৰটোৰ এতিয়াৰ নিৰ্জীৱ পৰিৱেশটোৱে ঘৰটোৰ ইতিহাস জনা যিকোনো ব্যক্তিকে ব্যথিত কৰিব৷ টাউনৰ…

ধনাঢ্য গুগলৰ বৰ্ণাঢ্য কথা

 দেৱজিৎ ভৰালী   গুগল! আমেৰিকাৰ প্ৰখ্যাত তথ্য–প্ৰযুক্তি সংস্থা এলফাবেট (Alphabet Inc.) ৰ এক বৃহৎ অনুষ্ঠান। মানৱ জীৱনৰ সাম্প্ৰতিক তথ্য–প্ৰযুক্তিগত যাত্ৰাৰ অমোঘ শক্তিৰূপে পৰিগণিত গুগল হ’ল সাধাৰণ কথাত এক অনলাইন চাৰ্চ ইঞ্জিন বা তথ্যসন্ধানী মাধ্যম৷ যাৰ ব্যৱহাৰ সম্প্ৰতি বিশ্বৰ ৪০০ কোটি…

পটহ’ল দাদা

 চন্দ্রাৱলী বৰঠাকুৰ   সময়ৰ লগে লগে আমাৰ বাট পথসমূহ উন্নত হৈছে৷ গাঁও তথা নগৰৰ পথবোৰো উন্নত পদ্ধতিৰে নিৰ্মিতও হৈছে৷ ই সমগ্ৰ অসমৰ প্ৰকৃত ছৱি নহ’লেও ই সাধাৰণভাৱে যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ কথা সূচায়৷ অৱশ্যে ভালকৈ চালে দেখা পোৱা যায় যে এনে…